ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ বিপৰীতে সলনি হৈছে লাডাখৰ স্থিতি : পি. চিদাম্বৰম

প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যক পুনৰ সমালোচনা প্ৰাক্তন বিত্তীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পি. চিদাম্বৰমৰ । প্ৰধানমন্ত্ৰী মোদীৰ 'অস্বীকাৰ' মন্তব্যৰ বাবে লাডাখৰ গালৱান ভেলীৰ স্থিতি এপ্ৰিল মাহতে সলনি হৈছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ বিপৰীতে সলনি হৈছে লাডাখৰ স্থিতি : পি. চিদাম্বৰম
প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ বিপৰীতে সলনি হৈছে লাডাখৰ স্থিতি : পি. চিদাম্বৰম
author img

By

Published : Jun 25, 2020, 1:08 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুন : ভাৰত-চীন সীমান্তৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা সন্দৰ্ভত পুনৰ মন্তব্য প্ৰকাশ প্ৰাক্তন বিত্তীয় মন্ত্ৰী পি. চিদাম্বৰমৰ । বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি কয় যে,প্ৰধানমন্ত্ৰী মোদীৰ ‘অস্বীকাৰ’ মন্তব্যৰ বাবে লাডাখৰ গালৱান ভেলীৰ স্থিতি এপ্ৰিল মাহতে সলনি হৈছে ।

  • Contrary to what the PM said, it is undeniable that the status quo was changed by Chinese troops in April-June 2020. People are watching if the Modi government will succeed in restoring the status quo ante.

    — P. Chidambaram (@PChidambaram_IN) June 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

‘’চীনে ভাৰতৰ ভূমি দখল কৰা নাই'' বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে পি. চিদাম্বৰমে । লগতে তেওঁ সদৰী কৰে যে,‘’বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাসকলক উচিত প্ৰত্যুত্তৰ দিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিছিল । ভাৰতীয় সেনাই চুড়ান্ত নিৰ্ণয়লৈ অপেক্ষা নকৰি যিকোনো উলংঘনৰ প্ৰত্যুত্তৰ দিব । কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ এদিনৰ পিছতে চীনৰ পিএলএ সেনাই গালৱান ভেলীত বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ২০ জন ভাৰতীয় সেনাক হত্যা কৰে ।''

প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ বিপৰীতে সলনি হৈছে লাডাখৰ স্থিতি : পি. চিদাম্বৰম
প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ বিপৰীতে সলনি হৈছে লাডাখৰ স্থিতি : পি. চিদাম্বৰম

লগতে পঢ়ক : শিৱসাগৰৰ মেঘা মজুমদাৰৰ বাণিজ্য শাখাত অষ্টম স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.