ETV Bharat / bharat

এন আৰ চিৰ পুনৰ ৰূপায়ণৰ বিৰোধিতা কৰিব কংগ্ৰেছে

author img

By

Published : Nov 20, 2019, 10:15 PM IST

এন আৰ চি অসমত পুনৰ ৰূপায়ণ কৰিলে প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷

ৰিপুন বৰা

নেশ্যনেল ডেস্ক 20 নৱেম্বৰ : বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক (NRC) সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত পুনৰ ৰূপায়ণৰ কথা সংসদত উত্থাপন কৰাৰ পাচতে কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰিছিল ৷ এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ তেওঁ কয়, "আমি অসমত এন আৰ চি (NRC) পুনৰ ৰূপায়ণৰ বিৰোধিতা কৰিম ৷" অবৈধ নাগৰিকৰ ভাৰ বহন কৰি থকা এখন ৰাজ্যই পুনৰ এই ভাৰ বহন কৰিবলৈ সক্ষম নহয় ৷ 31 আগষ্টত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাচতে পুনৰবাৰ অবৈধ নাগৰিকক ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ৷

এন আৰ চিৰ পুনৰ ৰূপায়নৰ বিৰোধিতা কৰিব কংগ্ৰেছে

বৰাই কয়, "14 বছৰৰ দীঘলীয়া সময়ৰ অন্তত এন আৰ চি ৰূপায়ণ কৰাৰ লগতে প্ৰকাশ কৰা হয় ৷ এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় 1600 কোটি টকা খৰচ কৰাৰ লগতে প্ৰায় 55,000 চৰকাৰী বিষয়াক ব্যস্ত কৰি ৰখা হয় ৷" অসম চুক্তি অনুসৰি, অবৈধ বিদেশীৰ বাবে 1971 চনৰ 25 মাৰ্চৰ দিনটো ভিত্তিবৰ্ষ হিচাপে ধায্য কৰিছিল যদিও চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত একেটা ভিত্তিবৰ্ষ ধায্য কৰিব নালাগে বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷

উল্লেখ্য যে, 31 আগষ্টত 19 লাখ লোকক এন আৰ চিৰ পৰা বাদ দি অসম চৰকাৰে চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল ৷ "যিসকল ভাৰতীয় নাগৰিকে এন আৰ চিৰ পৰা বাদ পৰিছিল এতিয়া চৰকাৰে সেইসকলক বিচাৰি উলিয়াই তালিকাত স্থান প্ৰদান কৰিব লাগে ৷"বুলি মন্তব্য কৰে বৰাই ৷ বহু বছৰজোৰা অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত 1985 চনত ভাৰত চৰকাৰ,অসম চৰকাৰ আৰু আছুৰ মাজত অসম চুক্তি সাক্ষৰিত হৈছিল ৷ এই ঐতিহাসিক চুক্তিৰ এটা ধাৰাৰ ওপৰত ভিত্তি কৰিয়ে অসমত এন আৰ চি ৰূপায়ণ কৰা হৈছিল ৷ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল ৷ কিন্তু অমিত শ্বাহে ৰাজ্যসভাত শেহতীয়াকৈ কৰা মন্তব্যৰ পাচতে সমগ্ৰ ভাৰততে প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে,তেওঁৰ চৰকাৰে ৰাজ্যখনত এন আৰ চিৰ দায়িত্ব গ্ৰহণ নকৰে ৷ লগতে তেওঁ মন্তব্য কৰিছিল যে,এন আৰ চি আৰু কেবৰ নামত মোডী চৰকাৰে 'ধৰ্মীয় ৰাজনীতি' চলাইছে ৷

আৰু পঢ়ক : গোলাঘাটত ধন লুট: দৃশ্য বন্দী CCTV কেমেৰাত

Intro:New Delhi: Hours after Union Home Miniater Amit Shah on Wednesday told in the Parliament that his government will start National Register of Citizen (NRC) in across India including Assam, Congress has vehemently opposed the move.

Body:Assam Pradesh Congress Committee (APCC) president Ripun Bora said, "We will oppose re-implementation of NRC in Assam."

He said that August 31 final NRC in Assam was a special case and "same thing can't happen in a state which has faced the burnt of illegal foreigners."

"After a long 14 years of exercise NRC was implemented and published in Assam which cost the exchquer an amount of Rs 1600 crore with more than 55000 officials engaged with the NRC publication process, " said Bora.

He, however said that cut of date for illegal foreigners in Assam was 25th March, 1971 "and I don't think government will consider the same timeline for carrying out all India level NRC to detect illegal foreigners."

On August 31, the government has published the final NRC list in Assam excluding more than 19 lakhs people. "The government should now find out the genuine Indians who have been excluded from the final NRC lists and include their names in the same lists," said Bora.

In fact, NRC in Assam was carried implementing one of the clause of the historic Assam Accord. The accord was signed in 1985 between government of India, Assam Government and All Assam Students Union (AASU) ending years long Assam agitation.

The final NRC list was published under the monitoring of the Supreme Court.

Conclusion:However, Home Minister Amit Shah's statement in the Rajya Sabha is likely to generate more sharp reactions from across India.

West Bengal Chief Minister Mamata Banerjee has already declared that her government will not carry NRC in The state.

Mamata even accused the Narendra Modi Government of playing 'religious politics' in the name of NRC and Citizenship Amendment Bill (CAB).

end
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.