ETV Bharat / bharat

চীনত থকা ভাৰতীয় শিক্ষাৰ্থীক ওভতাই অনাৰ বাবে লোকসভাৰ স্থগিতাদেশ দাবী কংগ্ৰেছৰ - হুৱেই প্ৰদেশৰ ৰাজধানী য়ুহান

চীনত শিক্ষাগ্ৰহণ কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ভাৰতলৈ ওভতাই অনাৰ বাবে আভ্যন্তৰীণ চৰকাৰী কূটনৈতিক সকলো ধৰণৰ ব্যৱস্থা অতি শীঘ্ৰে ল’বলৈ আৱশ্যক বুলি উল্লেখ কৰে কংগ্ৰেছী বিধায়ক কোড়িকুন্নিল সুৰেশৰ ৷

Congress moves adjournment motion in LS 'over bringing back Indian students from China'
চীনত শিক্ষাগ্ৰহণ কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ওভতাই অনাৰ বাবে লোকসভাত স্থগিতাদেশ জাৰি কংগ্ৰেছৰ
author img

By

Published : Feb 7, 2020, 4:45 PM IST

Updated : Feb 7, 2020, 6:32 PM IST

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃ কংগ্ৰেছী বিধায়ক কোড়িকুন্নিল সুৰেশে শুকুৰবাৰে লোকসভাত এক স্থগিতাদেশ জাৰি কৰে ৷ তেওঁ চীনত শিক্ষাগ্ৰহণ কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ভাৰতলৈ ওভতাই অনাৰ ক্ষেত্ৰত আভ্যন্তৰীণ চৰকাৰী কুটনৈতিক সকলো ধৰণৰ ব্য়ৱস্থা অতি শীঘ্ৰে ব্যৱস্থা ল’বলৈ আৱশ্যক বুলি উল্লেখ কৰে ৷

শুকুৰবাৰে স্পুটনিকে চীন কৰ্তৃপক্ষক প্ৰদান কৰা তথ্য অনুসৰি ক’ৰোণা ভাইৰাছৰ প্ৰভাৱত এতিয়ালৈকে মৃতকৰ সংখ্যা 636 গৰাকীলৈ বৃদ্ধি পাইছে ৷

এই মাৰাত্মক ক’ৰোণা ভাইৰাছৰ প্ৰভাৱত মৃতকৰ 618 গৰাকীয়েই চীনৰ হুৱেই প্ৰদেশৰ ৷ আনহাতে সমগ্ৰ চীনত বৰ্তমানলৈ 31,100 টা এই ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷

বৰ্তমান পৃথিৱীৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি থকা ক’ৰোণা ভাইৰাছ প্ৰথমতে হুৱেই প্ৰদেশৰ ৰাজধানী য়ুহানত দেখা গৈছিল ৷

আৰু পঢ়কঃআয়ুৰ্বেদৰ সহায়েৰে কোৰোণা ভাইৰাছক প্ৰশমন কৰাটো সম্ভৱপৰ !

Intro:Body:

LIVE: LS...

Conclusion:
Last Updated : Feb 7, 2020, 6:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.