ETV Bharat / bharat

কংগ্ৰেছ নেতৃত্বই পাকিস্তানৰ পৰা নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হ’লে জয়ী হ’বঃ ৰাম মাধৱ

অসমৰ 10 খন আসনত জয়লাভ কৰিব বুলি দৃঢ় বিশ্বাসী বি জে পি

author img

By

Published : Mar 24, 2019, 6:31 PM IST

কংগ্ৰেছ নেতৃত্বে পাকিস্তানৰ পৰা নিৰ্বাচনি যুজঁত অৱতীৰ্ণ হ’লে জয়ী হ’ব পাৰে: ৰাম মাধব

গুৱাহাটী, 24 মাৰ্চ : বিজেপিৰ সাধাৰন সম্পাদক ৰাম মাধৱেদেওবাৰে "কংগ্ৰেছ নেতৃত্বইপাকিস্তানৰ পৰা নিৰ্বাচনীযুজঁত অৱতীৰ্ণহ’লে জয়ী হ’ব পাৰে" বুলি মন্তব্য কৰে ৷ সাধাৰন সম্পাদক গৰাকীয়ে কয় যে কংগ্ৰেছৰ নেতা সকলৰ টুইট সমূহ ভাৰতত কৈ পাকিস্তানত বেছিকৈ ৰিটুইট কৰা হৈছে ৷ তেওঁ লগতে কয় যে কংগ্ৰেছ নেতৃত্ব সকলে নিজৰ স্থিতিক লৈ দোমোজাত পৰিছে ৷ তেওঁলোকে নিজেও গম নাপাই তেওঁলোকে ভাৰতৰ নে পাকিস্তানৰ হৈ কথা কৈ আছে ৷

উল্লেখ্য যে,কংগ্ৰেছ নেতৃত্বইভাৰতীয় সেনাৰ বাবে অপমানসূচক মন্তব্য আগবঢ়াইছিল যিয়ে ভাৰতীয় সেনাৰ গৰিমাত আঘাত হানিছে ৷ লগতে বিৰোধীপক্ষইভাৰতৰ সেনা বাহিনীৰ সামৰ্থক সন্দেহ কৰাইনহয় তেওঁলোকৰ সাহসিকতাকো নসাৎ কৰিছে বুলি উল্লেখ ৰাম মাধৱৰ ৷

CONGRESS LEADERS WILL PROBABLY WIN IF THEY CONTEST FROM PAKISTAN:RAM MADHAV

কংগ্ৰেছ নেতৃত্বে পাকিস্তানৰ পৰা নিৰ্বাচনি যুজঁত অৱতীৰ্ণ হ’লে জয়ী হ’ব পাৰে: ৰাম মাধব

নিউজ ডেস্ক, গুৱাহাটী, 24 মাৰ্চ : বি জে পি ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰন সম্পাদক ৰাম মাধবে দেওবাৰে "কংগ্ৰেছ নেতৃত্বে পাকিস্তানৰ পৰা নিৰ্বাচনি যুজঁত অৱতিৰ্ন হ’লে জয়ী হ’ব পাৰে" বুলি মন্তব্য কৰে ৷ 

উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰন সম্পাদক গৰাকীয়ে কয় যে কংগ্ৰেছৰ নেতা সকলৰ টুইট সমূহ ভাৰতত কৈ পাকিস্তানত বেচিকৈ ৰিটুইট কৰা হৈছে ৷   
তেওঁ লগতে কয় যে কংগ্ৰেছ নেতৃত্ব সকলে নিজৰ স্থিতিক লৈ দুমুজাত পৰিছে ৷ তেওঁলোকে নিজেও গম নাপাই তেওঁলোকে ভাৰতৰ নে পাকিস্তানৰ হৈ কথা কৈ আছে৷ 

তেওঁ আৰু কয় যে কংগ্ৰেছ নেতৃত্বে ভাৰতীয় সেনাৰ বাবে অপমানসূচক মন্তব্য আগবঢ়াইছিল যিয়ে ভাৰতীয় সেনাৰ গৰীমাত আঘাত হানিছে৷ তেওঁ বিৰোধি পক্ষয়ে ভাৰতৰ সেনা বাহিনীৰ সামৰ্থ্যক সন্দেহ কৰায়ে নহয় তেওঁলোকৰ সাহসিকতাকো নসাৎ কৰিছে ৷ 

বি জে পি ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰন সম্পাদক গৰাকীয়ে মোদী ধৌত সকলো ধ্বংস হৈ যাব বুলি কৈ প্ৰিয়ংকা গান্ধীক তাচ্ছল্য কৰে৷ তেওঁ অসমৰ 10 খন আসনত জয়লাভ কৰিব বুলি দৃঢ় বিশ্বাসী  বুলি জানিবলৈ দিয়ে৷ 
madhavjimarch24.JPG
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.