ETV Bharat / bharat

দিল্লী বিধানসভা নিৰ্বাচন : কংগ্ৰেছৰ 54 প্ৰাৰ্থীৰ নাম ঘোষণা - 8 ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন

ঘোষণা কৰা হ'ল 54 গৰাকী নিৰ্বাচনী প্ৰতিদ্বন্দীৰ নাম ৷ 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন ৷

কংগ্ৰেছৰ 54 প্ৰাৰ্থীৰ নাম ঘোষণা
দিল্লী বিধানসভা নিৰ্বাচন
author img

By

Published : Jan 19, 2020, 3:41 AM IST

নেশ্যনেল ডেস্ক, 19 জানুৱাৰী : 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে 54 গৰাকী প্ৰাৰ্থীৰ নাম ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে পেটেল নগৰৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কৃষ্ণ তিৰথ আৰু গান্ধী নগৰৰ পৰা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী অৰবিন্দৰ লভলী ৷

দিল্লী বিধানসভা নিৰ্বাচন
কংগ্ৰেছৰ 54 প্ৰাৰ্থীৰ নাম ঘোষণা

কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন আম আদমী পাৰ্টীৰ নেত্ৰী অলকা লাম্বাক চান্দনী চৌকৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অধ্যক্ষ কিৰ্তী আজাদৰ পত্নী পুনম আজাদক সংগ্ৰাম বিহাৰৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷

দিল্লী বিধানসভা নিৰ্বাচন
কংগ্ৰেছৰ 54 প্ৰাৰ্থীৰ নাম ঘোষণা

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী অশোক ৱালিয়াই কৃষ্ণ নগৰৰ প্ৰতিদ্বন্দিতা কৰাৰ পৰিৱৰ্তে হাৰুন য়ুছুফে বাল্লিমৰান, মাতিন আহামদে শিলাপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢা়ব ৷ আনহাতে, নতুন দিল্লী আসনৰ বাবে দিল্লী মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছে বৰ্তমানলৈকে প্ৰাৰ্থী নিৰ্ধাৰণ কৰা নাই ৷

আনহাতে, উপ-মুখ্যমন্ত্ৰী মনিশ শিশোদিয়াৰ বিৰুদ্ধে পতপৰগঞ্জৰ পৰা লক্ষ্মণ ৰাৱাটক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷

আৰু পঢ়ক : ৰাজস্থানত স্বৰপঞ্চ হিচাপে নিৰ্বাচিত হ'ল 97 বছৰীয়া মহিলা

ZCZC
PRI GEN NAT
.NEWDELHI DEL45
NEWSALERT-CONG-DELHI CANDIDATES 3
Congress list: Ex-Delhi minister Ashok Walia fielded from Krishna Nagar, Kirit Azad's wife from Sangam Vihar, Alka Lamba from Chandni Chowk. PTI SKC VIT
SMN
SMN
01182102
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.