ETV Bharat / bharat

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সমালোচনাত মুখৰ কংগ্ৰেছ বিধায়িকা ছিথাক্কা

author img

By

Published : Jun 14, 2020, 7:59 AM IST

কংগ্ৰেছ বিধায়িকাগৰাকীয়ে কয়, "তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকী যোৱা ছয় বছৰে কোৱাৰান্টাইনত আছে আৰু তেওঁ জনসাধাৰণৰ পৰা আঁতৰি আছে ৷ সকলোৱে সমস্যাত ভুগিছে আৰু তেওঁ জনসাধাৰণ অথবা তেওঁলোকৰ প্ৰতিনিধিকো লগ কৰা নাই ৷ তেওঁ কোনো সমস্যাৰ সমাধান উলিওৱা নাই ৷ কেৱল তেওঁ বিৰোধী দলৰ ওপৰত ধ্যান ৰাখিছে ৷"

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও
তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সমালোচনাত মুখৰ কংগ্ৰেছ বিধায়িকা ছিথাক্কা

নেশ্যনেল ডেস্ক, 14 জুন : তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওক আক্ৰমণ কৰি কংগ্ৰেছ বিধায়িকা ছিথাক্কাই শনিবাৰে কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ছয় বছৰে কোৱাৰান্টাইনতে আছে যিহেতু তেওঁ জনসাধাৰণ আৰু তেওঁলোকৰ সমস্যাসমূহ পৰা আঁতৰি আছে ৷

বিধায়িকাগৰাকীয়ে লগতে কয় যে, সমগ্ৰ ৰাজ্যতে যিসকল কংগ্ৰেছী নেতাই সমস্যাসমূহ পোহৰলৈ অনাৰ বাবে চেষ্টা কৰিছে তেনে লোককে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰেপ্তাৰ কৰোৱাইছে ৷

ছিথাক্কাই কয়, "আমি জনসাধাৰণৰ সমস্যাসমূহ পোহৰলৈ অনা বাবে আমাক গৃহবন্দী কৰি ৰাখিছে ৷ আমি ক'ব বিচাৰো যে আমাৰ ওপৰত ধ্যান নিদিব ৷ মূল সমস্যা আৰু জনসাধাৰণৰ ওপৰত ধ্যান দিয়ক ৷ COVID-19 ৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে আৰু হাস্পতালসমূহত সঠিক ব্যৱস্থা নাই ৷ ইয়াৰ পৰিৱৰ্তে আপুনি কংগ্ৰেছ দলে কি কৰি আছে সেই কথাত বেছি গুৰুত্ব আৰোপ কৰিছে ৷"

লগতে পঢ়ক : কেনে অৱস্থাত আছে বাঘজান আশ্ৰয় শিৱিৰৰ লোকসকল, এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.