ETV Bharat / bharat

মালবিন্দৰ মোহন সিঙৰ জামিন আবেদন নাকচ - committee-rejects-fortis-promoter-malvinder-singhs-representation-on-bail-criteria

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অধীনৰ এখন উচ্চস্তৰীয় কমিটিয়ে Religare Finvest Ltdৰ ধনৰ অপব্যৱহাৰ কৰাৰ গোচৰত, প্ৰাক্তন ফ'ৰটিছ হেল্থকেয়াৰৰ প্ৰচাৰক মালবিন্দৰ মোহন সিঙৰ জামিন আবেদন নাকচ কৰে ৷

Committee rejects Fortis promoter Malvinder Singh's representation on bail criteria

author img

By

Published : Jun 21, 2020, 7:55 PM IST

নিউজ ডেস্ক, 21 জুনঃ দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰকৰ নেতৃত্বত এটা উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে বিচাৰাধীন কাৰাবন্দীসকলৰ অন্তৰ্ৱতীকালীন জামিন মঞ্জুৰৰ কৰাৰ ক্ষেত্ৰত, প্ৰাক্তন ফ'ৰটিছৰ প্ৰচাৰক মালবিন্দৰ মোহন সিঙৰ জামিন খাৰিজ কৰে ৷

জামিন নাকচ হোৱাৰ পিচত সিঙে সেই প্ৰস্তাৱক খাৰিজ কৰে য'ত, উচ্চ ন্যায়ালয়ে তেওঁক সেই কমিটীখনৰ সৈতে সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰিছিল ৷

উচ্চ ক্ষমতা সম্পন্ন আদালতে উল্লেখ কৰা অনুসৰি, যেতিয়া উচ্চতম ন্যায়ালয়ে এই কমিটী গঠনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷ যিয়ে COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে কাৰাগাৰসমূহৰ পৰিদৰ্শন কৰে, সেই সময়খিনিত কোন শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত অন্তৰ্ৱতীকালীন জামিন জাৰি কৰিব পাৰি সেই বিষয়ে অনুধাৱন কৰিবলৈ ৷

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত মুঠ ৪,০৪৮ গৰাকী আৰক্ষীৰ লোকৰ কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.