ETV Bharat / bharat

দিল্লীত সন্ত্ৰাসবাদীৰ লগত জড়িত থকাৰ সন্দেহত কচিং চেন্টাৰৰ মালিকক গ্ৰেপ্তাৰ

author img

By

Published : Jun 28, 2020, 7:21 PM IST

বে আইনী ক্ৰিয়াকলাপ প্ৰতিৰোধ আইনৰ অধীনত ফ্ৰেব্ৰুৱাৰীত উত্তৰ পূব দিল্লী দাংগা সংস্থাটোৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা স্পেচিয়েল বাহিনীয়ে এটা কোচিং চেন্টাৰৰ ৩৬ বছৰীয়া মালিকক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে জনোৱা অনুসৰি, ব্যক্তিজনে নাগৰিকত্ব আইনৰ বিক্ষোপৰ বাবে ব্যক্তিজনে গভীৰ ষড়যন্ত চলাইছিল । আৰু লোকক উচতনি যোগাইছিল । 

coaching-centre-owner-booked-under-uapa-in-connection-with-north-east-delhi-riots

নিউজ ডেস্ক, ২৮ জুন : বে আইনী ক্ৰিয়াকলাপ প্ৰতিৰোধ আইনৰ অধীনত ফ্ৰেব্ৰুৱাৰীত উত্তৰ পূব দিল্লী দাংগা সংস্থাটোৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা স্পেচিয়েল বাহিনীয়ে এটা কোচিং চেন্টাৰৰ ৩৬ বছৰীয়া মালিকক গ্ৰেপ্তাৰ কৰিছে ।

আৰক্ষীৰ অভিযোগ অনুসৰি, দক্ষিণ দিল্লীৰ সংগম বিহাৰত বাসকৰা তছলীম আহমেদ সক্ৰিয়ভাবে সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত আছে । যি গৰাকী ব্যক্তিক ইয়াৰ পূৰ্বতেও গ্ৰেপ্তাৰ কৰা হৈছিল । ব্যক্তি গৰাকীক প্ৰথমবাৰৰ বাবে এপ্ৰিলৰ শেষৰ সপ্তাহত গ্ৰেপ্তাৰ কৰা হৈছিল । কিন্তু দুই সপ্তাহৰ পিচতে জামিন লাভ কৰিছিল । কিন্তু দিল্লী আৰক্ষীৰ স্পেচিয়েল বাহিনীয়ে তেওঁক সোধপোচৰ বাবে মাতি আনি গ্ৰেপ্তাৰ কৰিছে ।

গ্ৰেপ্তাৰৰ পিচত আৰক্ষীয়ে ব্যক্তিজনক দিল্লীৰ এখন আদালতত হাজিৰ কৰাই য'ৰ পৰাই ব্যক্তিজনে জামিন লাভ কৰিছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ব্যক্তিজনে নাগৰিকত্ব আইনৰ বিক্ষোপৰ বাবে ব্যক্তিজনে গভীৰ ষড়যন্ত চলাইছিল । লোকক উচতনি যোগাইছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.