ETV Bharat / bharat

লোকসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক

author img

By

Published : Dec 9, 2019, 12:15 PM IST

Updated : Dec 10, 2019, 10:45 AM IST

Citizenship Amendment bill
Citizenship Amendment bill

09:21 December 10

দিনজোৰা বিতৰ্কৰ অন্তত অৱশেষত সোমবাৰে নিশা 12.03 বজাত লোকসভাত ধ্বনি ভোটত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ এই বিধেয়কৰ সপক্ষে 311 জন সাংসদে মত প্ৰদান কৰাৰ বিপৰীতে 80 জন সাংসদে এই বিধেয়কৰ বিপক্ষে নিজৰ মত প্ৰদান কৰে ৷

অৱশেষত লোকসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

00:06 December 10

দিনজোৰা বিতৰ্কৰ অন্তত অৱশেষত নিশা 12.03 বজাত লোকসভাত ধ্বনি ভোটেৰে গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ এই বিধেয়কৰ সপক্ষে 311 জন সাংসদে মত প্ৰদান কৰাৰ বিপৰীতে 80 জন সাংসদে এই বিধেয়কৰ বিপক্ষে নিজৰ মত প্ৰদান কৰে ৷ আজি পুনৰ ৰাজ্যসভাত উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ 

23:58 December 09

23:19 December 09

উত্তৰ-পূবৰ সাংসদ সকলে কেব সমৰ্থন কৰি স্পষ্ট কৰিলে কেবৰ বৈধতা: অমিত শ্বাহ

কেব বিৰ্তকত বিৰোধীক গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতুত্য়ৰ ৷ কেবক দেশৰ বিভাজনৰ সময়ত নিৰ্যাতিত লোকৰ প্ৰতি দায়িত্ব আখ্য়া দিলে গৃহমন্ত্ৰী গৰাকীয়ে ৷ গৌৰৱ গগৈক কটাক্ষ অমিত শ্বাহৰ ৷ ক'লে উত্তৰ পূবৰ সাংসদ সকলে কেব সমৰ্থন কৰাৰ পাছতে স্পষ্ট হ'ল কেবৰ বিৰুদ্ধে উত্তৰ পূবত কোনো ক্ষোভ নাই ৷ নিজ ভাষণৰ মাজতে বিৰোধীৰ তীব্ৰ বাধাৰ সন্মুখীন অমিত শ্বাহ ৷ সদনত পাঠ কৰি শুনালে বাংলাদেশত সংখ্য়ালঘুৰ ওপৰত হোৱা নিৰ্যাতনৰ তথ্য় ৷ মুছলমানক কেবৰ পৰা আতৰত ৰখাৰ উত্তৰত অমিত শ্বাহৰ মন্তব্য়, "পাকিস্তান, বাংলাদেশ, আৰু আফগানিস্থানত মুছলমান সংখ্য়লঘু হোৱা হ'লে কেবত অন্তৰ্ভূক্ত কৰা হ'ল হয় মুছলমান সম্প্ৰদায়ক ৷ 

22:34 December 09

জাতিসত্বাৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই : ড৹ শশী ঠাৰুৰ

লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছ সাংসদ শশী ঠাৰুৰৰ ৷ বিজেপিক তীব্ৰ সমালোচনা সাংসদ গৰাকীৰ, ক'লে "পাকিস্তানৰ আদৰ্শৰে দেশ চলাই পাকিস্তানক বেয়া বুলি কোৱাৰ অধিকাৰ চৰকাৰৰ নাই ৷ মুছলমানক আতৰাই ৰাখি ইতিমধ্য়ে চৰকাৰে সংবিধানৰ 14 নং অনুচ্ছেদ অৱমাণনা কৰা বুলি মন্তব্য় কৰিলে সাংসদ গৰাকীয়ে ৷   

21:13 December 09

লোকসভাত কেবক সমৰ্থন নাগালেণ্ড, মণিপুৰ , মিজোৰামৰ আৰু মেঘালয়ৰ সাংসদৰ: ছিকিমৰ সাংসদৰ বিৰোধিতা

লোকসভাত কেবক সমৰ্থন নাগালেণ্ডৰ সাংসদ টুখেহো য়েপোথমিৰ' ৷ ক'লে কেবে যি সকল লোক ধৰ্মীয় অত্য়াচাৰৰ বলি হৈ ভাৰতলৈ আহিছিল তেওলোকক নাগৰিকত্ব প্ৰদান কৰা কৰিব যি মানৱীয় দৃষ্টি ভংগীৰ ফালৰ পৰা শুদ্ধ ৷ নাগালেণ্ডক কেবৰ আওতাৰ পৰা বাহিৰত ৰখাৰ বাবে গৃহমন্ত্ৰীক ধন্য়বাদ সাংসদ গৰাকীৰ ৷  একেদৰে কেব নাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্য়বাদ জ্ঞাপন কৰিলে  মিজোৰামৰ সাংসদ ছি. লালৰ'ছাঙা আৰু মেঘালয়ৰ সাংসদ আগাথা চাংমাইৰ ৷ 

কোকৰাঝাৰৰ সাংসদ নব শৰণীয়াৰো কেবক পৰোক্ষ সমৰ্থন ৷ অসমৰ ইনাৰ লাইন পাৰ্মিট দাবী সাংসদ শৰণীয়াৰ ৷ অসমে অতীজৰ পৰা প্ৰবজ্ৰনৰ চিকাৰ হৈ আহিছে: সাংসদ শৰণীয়া ৷ 

20:53 December 09

এইটো দুখজনক যে দেশৰ গৃহমন্ত্ৰীজনে কেৱল এটা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি আছে : বদৰুদ্দিন আজমল

লোকসভাত কেবৰ তীব্ৰ বিৰোধিতা সাংসদ বদৰুদ্দিন আজমলৰ ৷ গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা ৷ কেবক অ-সংবিধানিক, অসম চুক্তিৰ উলংঙ্ঘা আখ্য়া ৷   

20:20 December 09

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন ফিৰোজপুৰৰ সাংসদ সুখবীৰ সিং বাদলৰ ৷ ক'লে, "বিভাজনৰ সময়ত পাকিস্তানৰ পৰা হিন্দু-শিখৰ মৃতদেহ ভৰ্তি ট্ৰেইন ভাৰতলৈ পঠোৱা হৈছিল ৷" লগতে বিভাজনত পাকিস্তানৰ পাঞ্জাবত ৰৈ যোৱা শিখসকলক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰা হৈছিল বুলি মন্তব্য় ৷  

20:14 December 09

মোৰ পূৰ্ব পুৰুষে জিন্নাক প্ৰত্য়াখান কৰি মৌলানা আজাদক অনুসৰণ কৰিছিল : আছাচউদ্দিন ওৱেছী

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰ্তকত সাংসদ আছাচউদ্দিন ওৱেছীৰ মন্তব্য়,  "মোৰ পূৰ্ব পুৰুষে জিন্নাক প্ৰত্য়াখান কৰি মৌলানা আজাদক অনুসৰণ কৰিছিল ৷ কিন্তু বৰ্তমান মোৰ দেশত প্ৰতিটো খোজতে মুছলমান বৈষম্য়ৰ বলি হৈছে ৷ য'ত ধৰ্মৰ কথা অন্তভূৰ্ক্ত কৰা হয় তাতেই অনুচ্ছেদ 14 ৰ অৱমাণনা কৰা হয় ৷"  

19:47 December 09

ভাৰতে যদি হিন্দুক আশ্ৰয় নিদিয়ে কোনে দিব : বিজেপি সাংসদ মিনাক্ষী লাক্ষী

কেবক সমৰ্থন বিজেপি সাংসদ মিনাক্ষী লাক্ষীৰ ৷ বিৰোধীয়ে ইতিহাস জনাতো গুৰুত্বপূৰ্ণ বুলি মন্তব্য় ৷ বিভাজনৰ সময়ত ব্য়াপক হিংসাৰ বলি হৈছিল হিন্দুসকল ৷ ভাৰতে যদি হিন্দুক আশ্ৰয় নিদিয়ে কোনে দিব বুলি প্ৰশ্ন সাংসদগৰাকীৰ ৷   

19:47 December 09

19:22 December 09

 ৰাজ্যসভাতো কেবৰ বিৰোধিতা আম আদমি পাৰ্টীৰ৷ বিধেয়কখনৰ জড়িয়তে বিজেপিয়ে দেশত গণতন্ত্ৰ নিশেষ কৰিব বিচাৰিচে বুলি মন্তব্য আপ নেতা সঞ্জয় সিঙৰ ৷

18:16 December 09

অভিষেক বেনাৰ্জীয়ে সদনত এনআৰচিৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যাও ডাঙি ধৰে ৷

18:15 December 09

নাগৰিকত্ব সংশোধনী বিধেয়ক সংবিধান আৰু বঙালী বিৰোধীঃ অভিষেক বেনাৰ্জী, তৃণমূল কংগ্ৰেছ

17:59 December 09

বাসুদেৱ কুটুম্বকম আমাৰ সংস্কৃতি ৷ এই বিধেয়ক গৃহিত হ'লে ভাৰত বিশ্ব চকুত সৰু হৈ পৰিব ৷ বিধেয়কত শ্ৰীলংকান তামিল সকলৰ তথা কিয় উল্লেখ কৰা নহ'ল? পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা যদি সংখ্যালঘু মুচলমান আহিব বিচাৰে তেন্তে কি ব্যৱস্থা লোৱা হ'ব! বিজেপি নিৰ্বাচনী ইষ্টাহাৰত খ্ৰীষ্টানসকলৰ কথা নাছিল কিন্তু বিধেয়কত খ্ৰীষ্টান সকলক অন্তৰ্ভুক্ত কৰা হ'ল যাতে পশ্চিমীয়া দেশৰ লগত সম্পৰ্ক ভাল হৈ থাকেঃ দয়ানিধি মাৰাণ, ডিএমকে

17:27 December 09

গৃহমন্ত্ৰীয়ে কংগ্ৰেছে ধৰ্মৰ নামত দেশ বিভাজন কৰা বুলি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত  কংগ্ৰেছ নেতা মনিষ তীৱাৰীয়ে কয়, দেশত দ্বি-জাতি তত্ব পোনপ্ৰথমবাৰৰ বাবে আহমেদবাদত হিন্দু মহাসভাত বিনায়ক দামোদৰ সৱৰকাৰে কৈছিল ৷

17:16 December 09

নাগৰিকৰ লগত ভেদভাৱ কৰিব নোৱাৰি যদি নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত  ভেদভাৱ কিয়ঃ মনিষ তিৱাৰী

17:09 December 09

অসমত ইমান বছৰে অসম চুক্তি কাৰ্যকৰী নহ'ল ৷ চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈও কোনোৱে আগবাঢ়ি নাহিল ৷ মই অসমৰ জনতাক আন্দোলন নকৰিবলৈ অনুৰোধ জনাইছোঃ অমিত শ্বাহ

17:08 December 09

অৰুণাচল, মিজোৰাম, মেঘালয়ত প্ৰণয়ন  নহয় সংশোধনী বিধেয়ক ৷ নাগালেণ্ড কিছু অংশত কাৰ্যকৰীকৰণ হ'ব বিধেয়কখন ৷   অসম, মণিপুৰ আৰু ত্ৰিপুৰাত কাৰ্যকৰীকৰণ  কৰা হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ মণিপুৰত লগতে শীঘ্ৰে ইনাৰ লাইন পাৰমিট ব্যৱস্থা কৰা হ'ব

16:46 December 09

বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাচাওত নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী নহয় ৷ ষষ্ঠ অনূসূচীৰ অন্তৰ্ভুক্ত অঞ্চল সমূহ সংশোধনী বিধেয়কৰ বাহিৰত থাকিব ৷

16:39 December 09

অমিত শ্বাহে সদনত উত্থাপন কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক

13:42 December 09

অমিত শ্বাহে কিছু সময় পাচতে সদনত পাঠ কৰিব বিলখন ৷

13:36 December 09

ধ্বনি ভোটৰে লোকসভাত উত্থাপন হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক

  • সপক্ষে 293টা ভোট 
  • বিপক্ষে 82টা ভোট

13:24 December 09

সদনত আৰম্ভ হৈছে বিলখন সপক্ষে আৰু বিপক্ষে ভোটদান প্ৰক্ৰিয়া

কংগ্ৰেছে ধৰ্মৰ ভিত্তিত দেশ বিভাজন কৰিছে ঃ অমিত শ্বাহ 

13:14 December 09

সদনত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ

বিৰোধীয়ে সম্ভৱতঃ পাক অধিকৃত কাশ্মীৰক ভাৰতৰ অংগ বুলি নাভাবেঃ অমিত শ্বাহ 

12:55 December 09

গৃহমন্ত্ৰীক হিটলাৰৰ লগত তুলনা আচাউদ্দিৱ ওৱেচীৰ

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ নাম যেনেদৰে হিটলাৰৰ লগত তুলনা হৈছিল, আমি নিবিচাৰো অমিত শ্বাহো হিটলাৰৰ লগত তুলনা হওঁক৷ এই বিধেয়কখনে সৰ্বানন্দ সোণোৱালে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰো এই বিধেয়কখনে খৰ্ব কৰিছে বুলি মন্তব্য সাংসদগৰাকীৰ৷ 

12:53 December 09

কেবে সংবিধানৰ মৌলিক গাঁঠনিৰ পৰিপন্থীঃ শশী থাৰুৰ

ভাৰতৰ স্বাধীনতা আন্দোলনে দেশক ভৌগোলিক বা আদৰ্শগত আৰু ধৰ্মৰ বিষয়টোত ভাগ কৰা নাছিল৷  ভাৰতৰ সংবিধান ধৰ্মনিৰপেক্ষ আৰু সেয়ে এই বিধেয়ক দেশৰ সংবিধানৰ পৰিপন্থী ৷ যাব বাবে সংসদত এই সন্দৰ্ভত আলোছনা কৰাৰ অধিকাৰ নাই৷ এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰৰ৷ 

12:53 December 09

কেবে অসম চুক্তি উলংঘন কৰিছেঃ গৌৰৱ গগৈ

12:48 December 09

কেবৰ বিৰুদ্ধে সোচ্চাৰ সৌগত ৰয়

এক জাতি এক তত্ব কথা কোৱা বিজেপিয়ে দেশত ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰমিট থকা অঞ্চলত কেব গৃহীত নহয় বুলি কোৱাটো কিমান যুক্তিসংগত কেব বিৰুদ্ধে সংসদত চৰকাৰী পক্ষক এই প্ৰশ্ন সৌগত ৰয়ৰ ৷

12:44 December 09

সংসদত কেবৰ বিৰুদ্ধে প্ৰতিবাদ অসমৰ সাংসদ গৌৰৱ গগৈৰ

12:41 December 09

অমিত শ্বাহ নতুন সাংসদ আৰু সদনৰ কাম-কাজ সম্পৰ্কে অজ্ঞঃ সৌগত ৰয়

12:39 December 09

বিধেয়কখন অ-সাংবিধানিক বুলি প্ৰতিবাদতমুখৰ সংসদ

12:25 December 09

লোকসভাত উত্থাপন হ'ল কেব

  • প্ৰথমেই কেবৰ বিৰোধিতা কৰিলে বেংগলৰ সাংসদ অধিৰৰঞ্জন চৌধুৰীয়ে
  • ইতিমধ্যে সাংসদত উত্তেজনামুলক পৰিস্থিত 

12:19 December 09

ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰয়ৰ প্ৰতিক্ৰিয়া

CAb
তথাগত ৰয়ৰ প্ৰতিক্ৰিয়া

12:18 December 09

টুইটাৰ যোগে বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

Cab
সঞ্জয় ৰাউটৰ প্ৰতিক্ৰিয়া

12:05 December 09

সদনত উত্থাপন হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক

  • ক্ষন্তেক পিচতে লোকসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক
  • গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব বিলখন
  • ইতিমধ্যে সাজু হৈছে সদন
  • বিলখন প্ৰতিবাদত অসমজুৰি প্ৰতিবাদ

Intro:Body:

Loksabha 

Conclusion:
Last Updated : Dec 10, 2019, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.