ETV Bharat / bharat

গালৱান উপত্যকাৰ পৰা আতৰি গ'ল চীনা সৈন্য

চীনা পিপুলছ লিবাৰেছন পাৰ্টীয়ে ১৫ জুনৰ সংঘৰ্ষৰ পাছত সেই স্থানত টেণ্ট আৰু পৰ্যবেক্ষণ বিন্দু স্থাপন কৰিছিল ।

author img

By

Published : Jul 6, 2020, 1:19 PM IST

Chinese troops pull back from Galwan valley: Media reports
গালৱান উপত্যকাৰ পৰা আতৰি গ'ল চীনা সৈন্য

লাডাখ, 6 জুলাই : গালৱান উপত্যকাৰ পৰা 2 কিল'মিটাৰ পিছুৱাই গৈছে চীনা পিপুলছ লিবাৰেছন পাৰ্টী ৷ পূব লাডাখৰ শীৰ্ষ অধিকাৰীয়ে সোমবাৰে প্ৰকাশ কৰে এই কথা ৷ চীনা পিপুলছ লিবাৰেছন পাৰ্টীয়ে ১৫ জুনৰ সংঘৰ্ষৰ পাছত সেই স্থানত টেণ্ট আৰু পৰ্যবেক্ষণ বিন্দু স্থাপন কৰিছিল । চীনা সৈন্যৰ গতিবিধি পৰ্যবেক্ষণ কৰিবলৈ ভাৰতীয় সেনাইও সেই স্থানত অস্থায়ী শিবিৰ স্থাপন কৰিছিল ৷

30 জুনত সেনাৰ শীৰ্ষ পৰ্যায়ৰ আলোচনাৰ পাছত অৱশেষত চীনে গালৱান উপত্যকাৰ পৰা দুই কিল'মিটাৰ দুৰত্ব পিছুৱাই গৈছে চীনা পিপুলছ লিবাৰেছন পাৰ্টী ৷ বৰ্তমান চীনা আৰু ভাৰতীয় সৈন্যই গলৱান উপত্যকাৰ সংঘৰ্ষ স্থলীৰ পৰা নিজ নিজ অস্থায়ী শিবিৰসমূহো আঁতৰ কৰিছে ৷

লগতে পঢ়ক : অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.