ETV Bharat / bharat

চিবিআইৰ বিশেষ আদালতলৈ নিয়া হ'ল চিদাম্বৰমক

আই এন এক্স মিডিয়া গোচৰত গ্ৰেপ্তাৰ হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকী ৷

author img

By

Published : Aug 22, 2019, 3:35 PM IST

চিবিআইৰ বিশেষ আদালতলৈ নিয়া হ'ল চিদাম্বৰমক
  • বৃহস্পতিবাৰে চিবিআইৰ বিশেষ আদালতত উপস্থাপন কৰা হয় চিদাম্বৰমক
  • কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীক আদালতত উপস্থাপন
  • আইএনএক্স মিডিয়া গোচৰত সাঙোৰ খাই পৰিছে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ নাম
  • যোৱাকালি নতুন দিল্লীত গ্ৰেপ্তাৰ হৈছিল চিদাম্বৰম
  • চিবিআই মুখ্যালয়ত ওৰে নিশা চলোৱা হৈছিল জেৰা

Intro:Body:

চিবিআইৰ বিশেষ আদালতলৈ নিয়া হ'ল চিদাম্বৰমক 

বৃহস্পতিবাৰে চিবিআইৰ বিশেষ আদালতত উপস্থাপন কৰা হয় চিদাম্বৰমক 

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীক আদালতত উপস্থাপন

আইএনএক্স মিডিয়া গোচৰত সাঙোৰ খাই পৰিছে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ নাম 

যোৱাকালি নতুন দিল্লীত গ্ৰেপ্তাৰ হৈছিল চিদাম্বৰম 

চিবিআই মুখ্যালয়ত ওৰে নিশা চলোৱা হৈছিল জেৰা 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.