ETV Bharat / bharat

ছত্তীশগড়ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অজিত যোগীৰ পৰলোকপ্ৰাপ্তি - Chhattisgarh's first CM Ajit Jogi passes away

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ শুকুৰবাৰে মৃত্যু হয় ৷ হৃদজনিত ৰোগত আক্ৰান্ত হোৱা বাবে তেওঁক শ্ৰী নাৰায়ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

Chhattisgarh's first CM Ajit Jogi passes away
ছত্তীশগড়ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অজিত যোগীৰ পৰলোকপ্ৰাপ্তি
author img

By

Published : May 29, 2020, 4:03 PM IST

Updated : May 29, 2020, 5:08 PM IST

নেশ্যনেল ডেস্ক, 29 মে': ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ শুকুৰবাৰে মৃত্যু হয় ৷ বুধবাৰে হৃদজনিত ৰোগত আক্ৰান্ত হোৱা বাবে ৰাজনৈতিক নেতাগৰাকীক তাৎক্ষণিকভাৱে শ্ৰী নাৰায়ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

78 বৰ্ষীয় নেতাগৰাকীয়ে 9 মাহৰ পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটি কোমাত গৈছিল । আনহাতে, যোৱা 9 মে'ত তেখেতক হৃদজনিত ৰোগৰ বাবে ভেন্টিলেটৰত ৰখা হৈছিল । 2000 ৰ পৰা 2003 চনলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অজিত যোগী মৃত্যুৰ সময়ত মাৰৱাহীৰ বিধায়ক আছিল ৷

Last Updated : May 29, 2020, 5:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.