নেশ্যনেল ডেস্ক, 11 মে' : কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি. চিদাম্বৰমে কয় যে, আন্তঃৰাজ্যিক যাত্ৰীবাহী ট্ৰেইন আৰম্ভ কৰাৰ সিদ্ধান্তক কংগ্ৰেছে আদৰণি জনাইছে আৰু কেন্দ্ৰই লগতে পথ আৰু আকাশমাৰ্গেৰে সাধাৰণ পৰিবহণ আৰম্ভ কৰা উচিত ৷
টুইটাৰৰ জৰিয়তে তেওঁ কয়, "আন্তঃৰাজ্যিক যাত্ৰীবাহী ট্ৰেইন আৰম্ভ কৰাৰ সিদ্ধান্তক আমি আদৰণি জনাইছো ৷ একেদৰে চৰকাৰে পথ আৰু আকাশমাৰ্গেৰে সাধাৰণ পৰিবহণ আৰম্ভ কৰা উচিত ৷ অৰ্থনৈতিক আৰু ব্যৱসায়িক কাৰ্যসমূহ প্ৰভাৱান্বিত ভাৱে আৰম্ভ কৰাৰ উপায় হৈছে পথ, ৰেল আৰু আকাশমাৰ্গেৰে যাত্ৰী আৰু সামগ্ৰী কঢ়িওৱাৰ বাবে পৰিবহণ আৰম্ভ কৰা ৷"
-
We welcome the decision of the government to cautiously start operations of inter state passenger trains.
— P. Chidambaram (@PChidambaram_IN) May 11, 2020 " class="align-text-top noRightClick twitterSection" data="
The same modest opening should be started with road transport and air transport.
">We welcome the decision of the government to cautiously start operations of inter state passenger trains.
— P. Chidambaram (@PChidambaram_IN) May 11, 2020
The same modest opening should be started with road transport and air transport.We welcome the decision of the government to cautiously start operations of inter state passenger trains.
— P. Chidambaram (@PChidambaram_IN) May 11, 2020
The same modest opening should be started with road transport and air transport.
উল্লেখ্য যে, দেওবাৰে ৰেলৱে' মন্ত্ৰণালয়ে AC সংলগ্ন প্ৰায় 15 খন ট্ৰেইন 12 মে'ৰ পৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ৷