ETV Bharat / bharat

নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তক অংশীদাৰ কেন্দ্ৰৰঃ অমিত শ্বাহ

ৰাষ্ট্ৰীয় পঞ্চায়তৰাজ দিৱসৰ দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত এন ডি এ চৰকাৰে সদায় পঞ্চায়তীৰাজ প্ৰতিষ্ঠান সমূহক অংশীদাৰ কৰি আহিছে বুলি উল্লেখ কৰি গাঁৱৰ বিকাশৰ দ্বাৰাই ভাৰতৰ বিকাশৰ ভিত্তি স্থাপন কৰিব পৰা যায় বুলি কয় ।

author img

By

Published : Apr 24, 2020, 4:40 PM IST

Centre made PRIs partner in making of new India: Shah
Centre made PRIs partner in making of new India: ShahCentre made PRIs partner in making of new India: Shah

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ শুকুৰবাৰে ৰাষ্ট্ৰীয় পঞ্চায়তৰাজ দিৱসত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰে নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত সদায় পঞ্চায়তৰাজৰ প্ৰতিষ্ঠান সমূহক অংশীদাৰ হিচাপে লৈছে বুলি উল্লেখ কৰে ।

  • प्रधानमंत्री आवास योजना-ग्रामीण, किसान सम्मान निधि, फसल बीमा योजना जैसी अनेकों कल्याणकारी योजनाओं से मोदी सरकार ने किसानों व ग्रामीण भारत के विकास को एक अभूतपूर्व गति व दिशा दी। राष्ट्रीय पंचायती राज दिवस पर मैं ग्रामीण भारत के विकास और कल्याण से जुड़े सभी लोगों को बधाई देता हूँ।

    — Amit Shah (@AmitShah) April 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইট যোগে শ্বাহে কয়,কেন্দ্ৰৰ আঁচনি যেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ,কিষান সন্মান নিধি,ফচল বিমা যোজনা ইত্যাদি গাঁৱৰ বিকাশৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। ইয়াৰ লগতে কয়, এন ডি এ চৰকাৰে সদায় কৃষকৰ লগতে গ্ৰামাঞ্চলৰ বিকাশৰ বাবে সকলো নীতি কৰ্মসূচীক কেন্দ্ৰবিন্দু হিচাপে ৰাখিছে বুলি কয় ।

প্ৰত্যেকটো গাঁৱলৈ বিজুলি প্ৰদান,ৰাস্তা-পদূলি নিৰ্মাণ,গৃহহীন লোকৰ বাবে আৱসগৃহ নিৰ্মাণ,শৌচালয় নিৰ্মাণ,ৰন্ধন গেছ যোগান ধৰা ইত্যাদিৰে ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত গাঁওবাসীক চৰকাৰে সাঙুৰি লৈছে বুলি কয় ।

শ্বাহাই লগতে কয়,গাঁও সমূহ আমাৰ ঐতিহ্যৰ ভিত্তি আৰু সেই সমূহৰ বিকাশ হৈছে দেশৰ বিকাশ । এই ক্ষেত্ৰত পঞ্চায়তৰাজৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শুকুৰবাৰে পুৱা ১১ বজাত নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় পঞ্চায়ীতৰাজ দিৱস উপলক্ষে গাঁৱৰ গাঁৱৰ মুখীয়াসকলৰ সৈতে বাৰ্তালাপ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.