ETV Bharat / bharat

ল'কডাউনৰ কিছু নতুন নিয়মাৱলীঃ প্ৰবাসী শ্ৰমিকক খাদ্য সামগ্ৰী তথা আশ্ৰয় প্ৰদানৰ নিৰ্দেশ কেন্দ্ৰৰ - ল'কডাউনৰ কিছু নতুন নিয়মাৱলী

জিলা আৰু ৰাজ্যসমূহৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে ছীল কৰাৰ লগতে ৰাজ্য়সমূহৰ চহৰ অথবা ৰাষ্ট্ৰীয় পথসমূহত জনসাধাৰণৰ চলাচল বন্ধ ৰখাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰাৰ নিৰ্দেশ প্ৰদান কেন্দ্ৰৰ

ল'কডাউনৰ কিছু নতুন নিয়মাৱলী
ল'কডাউনৰ কিছু নতুন নিয়মাৱলী
author img

By

Published : Mar 29, 2020, 9:15 PM IST

নিউজ ডেস্ক, 29 মাৰ্চঃ শনিবাৰে বিয়লি আৰু দেওবাৰে পুৱা কেবিনেট সচিব আৰু গৃহ সচিবে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্য সচিব তথা ডিজিপিসকলক লকডাউনৰ সময়ছোৱাৰ বাবে কেবাটাও নতুন নিৰ্দেশ প্ৰদান কৰে...

  • দুখীয়া-নিচলাৰ লগতে নিজ নিজ ৰাজ্যত কৰ্মৰত প্ৰবাসী শ্ৰমিক সকলকো খাদ্য সামগ্ৰী আৰু আশ্ৰয় প্ৰদান কৰিবলৈ নিৰ্দেশ কেন্দ্ৰৰ
  • লকডাউনৰ সময়ছোৱাত শ্ৰমিকসকলক ভাড়া ঘৰৰ মালিকপক্ষই যাতে ভাড়া দাবী নকৰে লগতে এই সময়ত শ্ৰমিকসকলৰ বেতন যাতে কৰ্তন নহয় , ৰাজ্য চৰকাৰসমূহে সেইটো সুনিশ্চিত কৰা
  • দেশৰ সংকটৰ সময়ছোৱাত ছাত্ৰ অথবা শ্ৰমিকক নিজৰ পৰিসৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা

জনসাধাৰণৰ চলাচল বন্ধ কৰি খাদ্য সামগ্ৰীৰ পৰিবহন নিশ্চিত কৰা

  • জিলা আৰু ৰাজ্যসমূহৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে ছীল কৰাৰ লগতে ৰাজ্য়সমূহৰ চহৰ অথবা ৰাষ্ট্ৰীয় পথসমূহত জনসাধাৰণৰ চলাচল বন্ধ ৰখাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰাৰ নিৰ্দেশ প্ৰদান কেন্দ্ৰৰ

আৰু পঢ়কঃ কৰ'ণা মহামাৰীৰ জটিল সন্ধিক্ষণত ৰাইজলৈ আমাৰ বিনম্ৰ আহ্বান...

  • কেৱল খাদ্যসামগ্ৰীৰ পৰিবহন নিশ্চিত কৰা
  • জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলে এই উপৰোক্ত নিয়মসমূহ কাৰ্যকাৰী হৈছে নে নাই সেইটো পৰ্যবেক্ষণ কৰা
  • প্ৰৱাসী শ্ৰমিকসকলক কোনো কাৰণতে পৰিসৰৰ পৰা খালী নকৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সত্বেও দিল্লী, হাইদৰাবাদৰ দৰে ৰাজ্যসমূহত এয়া কাৰ্যকৰী হোৱা দেখা নগ'ল
  • ইয়াৰোপৰি যিসকলে লকডাউনৰ নিয়ম উলংঘা কৰি ভ্ৰমণ কৰিছে তেওঁলোক 14 দিনৰ বাবে চৰকাৰী সুবিধাপ্ৰাপ্ত কোৱাৰানটাইনত ৰখা হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.