ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ বাৰামুল্লাত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

author img

By

Published : Oct 7, 2020, 5:17 PM IST

সোমবাৰে পাকিস্তানৰ ফালৰ পৰা জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ নৌচেৰা চেক্টৰত সৰু সৰু মাৰণাস্ত্ৰৰে গুলীবৰ্ষণ,শ্বেলিং আৰু মৰ্টাৰেৰে আক্ৰমণ কৰি যুদ্ধ বিৰতি উলংঘা কৰিছিল ৷

Ceasefire violation in Uri sector by Pakistan
জম্মু-কাশ্মীৰৰ বাৰামুলাত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

নিউজ ডেস্ক, 7 অক্টোবৰ : জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ভাৰত-পাক সীমান্তৰ উৰী চেক্টৰত বুধবাৰে পাকিস্তানে পুনৰ এবাৰ যুদ্ধ বিৰতি উলংঘা কৰে ৷ মৰ্টাৰ নিক্ষেপ আৰু অন্যান্য মাৰণাস্ত্ৰৰে এল অ চিত গুলীবৰ্ষণ কৰে পাকিস্তানে ৷

ভাৰতীয় সেনাৰ ফালৰ পৰা টুইটাৰ যোগে এই কথা অৱগত কৰে কৰি কয় যে,"পাকিস্তানৰ ফালৰ পৰা উৰী চেক্টৰত এল অ চিত যুদ্ধ বিৰতি উলংঘা কৰা হয় ৷ বাৰামুল্লা জিলাৰ ভাৰত-পাক সীমান্তত আজি পুৱা মৰ্টাৰ আৰু অন্যান্য মাৰণাস্ত্ৰৰে গুলীবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানে ৷ এই আক্ৰমণৰ পাছতে ভাৰতীয় সেনাই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে ৷ "

উল্লেখ্য যে,ইয়াৰ পূৰ্বে সোমবাৰে পাকিস্তানৰ ফালৰ পৰা জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ নৌচেৰা চেক্টৰতো সৰু-সৰু মাৰণাস্ত্ৰৰে গুলীবৰ্ষণ,শ্বেলিং আৰু মৰ্টাৰেৰে আক্ৰমণ কৰি যুদ্ধ বিৰতি উলংঘা কৰিছিল ৷

লগতে পঢ়ক: পিষ্টলসহ আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.