নিউজ ডেস্ক ,৯ জুনঃ চি বি আই বিষয়াৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে কলকাতাত । দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া জনৰ দেহত ৯ জুনত ধৰা পৰে কোভিড-১৯ পজিটিভ থকা বুলি ।
ইপিনে বিষয়াজনৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পিছতেই সমগ্ৰ কাৰ্যালয়টোতে ছেনিটাইজ কাৰাৰ লগতে চৰকাৰী সকলো নীতি নিৰ্দেশনা পালন কৰাৰ লগতে সামাজিক দুৰত্ব বজাই ৰাখি কামবোৰ পৰিচালনা কৰিছে বুলি জানিব পৰা গৈছে ।