ETV Bharat / bharat

অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ আঠ বছৰীয়া শিশুৰ মৃতদেহ

শনিবাৰে উত্তৰ প্ৰদেশৰ মহীৰপুৰত আৰক্ষীয়ে উদ্ধাৰ কৰে এটি আঠ বছৰীয়া শিশু কন্যাৰ জ্বলা মৃতদেহ । ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশৰ মহীৰপুৰত উদ্ধাৰ আঠ বছৰীয়া শিশু কন্যাৰ মৃতদেহ
author img

By

Published : Jun 27, 2020, 2:55 PM IST

নিউজ ডেস্ক, ২৭ জুনঃ উত্তৰ প্ৰদেশৰ মহীৰপুৰত চাঞ্চল্যকৰ ঘটনা । শনিবাৰে আৰক্ষীয়ে এটি আঠ বছৰীয়া শিশু কন্যাৰ জ্বলা মৃতদেহ উদ্ধাৰ কৰাৰ পাচতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশৰ মহীৰপুৰত উদ্ধাৰ আঠ বছৰীয়া শিশু কন্যাৰ মৃতদেহ

আৰক্ষীয়ে শিশু গৰাকীক ট্ৰাকেৰে লৈ আহি সমগ্ৰ ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত ফৰেন্সিক ৰিপোৰ্ট তথা ডগ স্কোৱাডৰ জৰিয়তে তদন্ত অব্যাহত ৰাখিছে বুলিও সদৰি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.