ETV Bharat / bharat

বাজেট 2020ঃ কি কি অন্তৰ্ভুক্ত হ’ল অৰ্থনৈতিক খণ্ডত ? - বাজেট 2020

দেশৰ সকলো জিলাকে গঢ় দিয়া হ’ব ৰপ্তানি কেন্দ্ৰ হিচাপে ৷ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব মডেলেৰে দেশত স্থাপন হ’ব 5 খন নতুন স্মাৰ্ট চিটি ৷ নতুনকৈ ঘোষণা কৰা Textile Mission লৈ আগবঢ়োৱা হৈছে 1,480 কোটি টকা ৷

Budget 2020: NIRVIK scheme launched to make every district an export hub says FM
দেশত স্থাপন হ’ব 5 খন নতুন স্মাৰ্ট চিটি
author img

By

Published : Feb 1, 2020, 6:19 PM IST

নিউড ডেস্ক , 1 ফেব্ৰুৱাৰীঃ দেশৰ সকলো জিলাকেই একোখন ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ় দিয়া হ’ব ৷ সকলো ৰপ্তানি কেন্দ্ৰৰ পৰাই মসৃণ ৰপ্তানিৰ বাবে দেশত বলবৎ কৰা হ’ব NIRVIK আঁচনি ৷ 2020-21 বৰ্ষৰ বিত্তীয় বাজেট উত্থাপনৰ সময়ত এই আঁচনিৰ কথা ঘোষণা কৰিলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ ঘোষণা কৰা হ’ল কেইবাটাও নতুন প্ৰকল্প ৷

ডাটা চেণ্টাৰ পাৰ্ক নিৰ্মাণৰ ক্ষেত্ৰত বেচৰকাৰী খণ্ডক উৎসাহিত কৰা হ’ব ৷ বৈদ্যুতিক উৎপাদন বৃদ্ধিৰ বাবে ঘোষণা কৰা হ’ব নতুন আঁচনি ৷ ভাৰত নে’ট প্ৰগেমলৈ আগবঢ়োৱা হৈছে 6000 কোটি টকা ৷ 1 লাখ গাঁও পঞ্চায়তলৈ অপটিকেল ফাইবাৰ নেটৰ সুবিধা ৷ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ঘোষণা কৰিলে National Technical Textile Mission ৷ নতুনকৈ ঘোষণা কৰা Textile Mission লৈ আগবঢ়োৱা হৈছে 1,480 কোটি টকা ৷ শীঘ্ৰেই নতুনকৈ স্থাপন কৰা হ’ব Investment Clearance Cell (বিনিয়োগ সূচলকৰণ কোষ) ৷ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব মডেলেৰে দেশত স্থাপন হ’ব 5 খন নতুন স্মাৰ্ট চিটি ৷

লগতে পঢ়কঃকেন্দ্ৰীয় বাজেট 2020ঃ কৰ্মসংস্থান সৃষ্টিৰ বাবে 103 লাখ কোটি টকাৰ ইনফ্ৰা প্ৰকল্প উন্মোচন

Intro:Body:

New Delhi: Finance Minister Nirmala Sitharaman presented her second Budget in the Parliament on Saturday. The Modi government has tried to give something to every sector in this first complete budget of this financial year in its second term.

Let's know what is special for the (agriculture) sector in this budget:

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.