ETV Bharat / bharat

কৃষিখণ্ডক লৈ কি ক'লে সীতাৰমণে !

author img

By

Published : Jul 5, 2019, 2:50 PM IST

আজি সদনত দাখিল হ'ল বহু প্ৰত্যাশিত বাজেট 2019

কৃষিখণ্ডক লৈ ক'লে সীতাৰমণে !

নতুন দিল্লী, 5 জুলাইঃ আজি সদনত পূৰ্ণাংগ বাজেট দাখিল কৰিলে মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ কৃষিখণ্ডত কি আছে সীতাৰমণৰ বাজেট "বহী-খাতা"-ত !

কৃষিখণ্ডৰ ক্ষেত্ৰত কি ক'লে বিত্তমন্ত্ৰী সীতাৰমণেঃ

  • কৃষিৰ ক্ষেত্ৰত জিৰো বাজেট ফাৰ্মিঙেয়ে 2022 বৰ্ষলৈকে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিব ৷
  • সমগ্ৰ ৰাষ্ট্ৰতে জিৰো বাজেট ফাৰ্মিং মডেল ব্যৱহাৰ হ'ব লাগে
  • জীৱন ধাৰণ আৰু জীৱিকাৰ সকাহ কৃষকসকলেও পোৱা উচিত
  • ৰাষ্ট্ৰীয় কৃষি বজাৰৰ পৰা কৃষকসকল লাভান্বিত হোৱাৰ বাবে সকলো ৰাজ্যকে সহায় কৰিব কেন্দ্ৰই ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.