ETV Bharat / bharat

কি হ'ব এচপি- বিএচপিৰ মিত্ৰতা!

''অখিলেষ যাদৱে যাদৱ সম্প্ৰদায়ৰ লোক সকলে অখিলেষ যাদৱক সমৰ্থন কৰিছিল নে নাই এই সন্দৰ্ভত অখিলেষ যাদৱে পুনৰ বিচাৰ কৰিব লাগে ৷ ''

সুখদেৱ ৰাজভৰ
author img

By

Published : Jun 4, 2019, 12:36 PM IST

নিউজ ডেস্ক , 04 জুন : ''মহাজোঁটবন্ধন ভংগ সৰ্ম্পকে লোৱা হোৱা নাই কোনো সিদ্ধান্ত '' - সুখদেৱ ৰাজভৰ ৷ লোকসভা নিৰ্বাচনত সমাজবাদী আৰু বহুজন সমাজবাদী পাৰ্টিৰ মহাজোঁটবন্ধনৰ হতাশজনক প্ৰদৰ্শনৰ পাচতে দুয়োদলৰ মিত্ৰতা ভংগৰ খবৰ প্ৰচাৰ হৈছিল ৷ কিন্তু মৌনতা ভংগ কৰি সোমবাৰে মিত্ৰতা ভংগ সৰ্ম্পকে কোনো সিদ্ধান্তত উপনীত নোহোৱাৰ খবৰ পষ্ট কৰে বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ সুখদেৱ ৰাজভৰে ৷

সমাজবাদী পাৰ্টী-বহুজন সমাজ পাৰ্টীৰ মহাযোটবন্ধন ভংগকলৈ সুখদেৱ ৰাজভৰৰ প্ৰতিক্ৰিয়া

সুখদেৱ ৰাজভৰে লগতে কয় যে, উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ মন্ত্ৰী, সাংসদ তথা জ্যেষ্ঠ নেতাসকলক লৈ নিৰ্বাচন ফলাফল সৰ্ম্পকে এক বৈঠকতো মিলিত হ'ব ৷ ইয়াৰ উপৰিও বুথ কমিটি আৰু জিলা পৰ্যায়টো দলটোৰ আন্তঃগাঁথনিগত সাল-সালনি কৰাৰো চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ এই ক্ষেত্ৰত মাণ্ডলিক কমিটি সমূহ ভংগ কৰি জিলা পৰ্যায়ত নতুন কমিটি গঠন কৰা হ'ব ৷

লগতে তেওঁ কয় যে, বিএচপি পাৰ্টী প্ৰধান মায়াৱতীয়ে সমাজবাদী পাৰ্টী প্ৰধান অখিলেষ যাদৱক যথেষ্ট সন্মান কৰে ৷ ফলাফলক লৈ মায়ৱতী দুখিতঃ যদিও তেঁওলোকে এই পৰিস্থিতৰ পৰা শিক্ষা লৈ আগবাঢ়ি যাব বুলিও মন্তব্য কৰে ৷

এচপি দলৰ সৰ্ম্পকে সুখদেৱ ৰাজভৰে লগতে কয় যে, অখিলেষ যাদৱে; যাদৱ সম্প্ৰদায়ৰ লোক সকলে অখিলেষ যাদৱক সমৰ্থন কৰিছিল নে নাই এই সন্দৰ্ভত অখিলেষ যাদৱে পুনৰ বিচাৰ কৰিব লাগে ৷ অখিলেষ যাদৱৰ সমষ্টিতে সমাজবাদী পাৰ্টীৰ লোক পৰাজিত হ'ল আৰু এই সন্দৰ্ভত সমাজবাদী পাৰ্টী-বহুজন সমাজ পাৰ্টীৰ নজৰ থাকিব বুলিও ৰাজভৰে জানিবলৈ দিয়ে ৷

New Delhi, June 04 (ANI): Bahujan Samaj Party (BSP) leader Sukhdev Rajbhar on Monday asserted that the party hasn't yet taken any decision on dissolving the SP-BSP alliance, adding that he said that his party chief Mayawati respects Samajwadi Party (SP) chief Akhilesh Yadav. He said, "No decision has yet been taken on breaking the alliance. She (Mayawati) has to take the decision. She, however, said that though BSP never fights by-election, it will fight now. She also asserted that she respects Akhilesh and would continue to do so. Akhilesh also had to face loses and should also ponder whether people of his community supported him or not. In Yadav majority areas, Samajwadi people lost, this will be looked into by both SP and BSP,"
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.