নিউজ ডেস্ক, ৭জুনঃ দ্বিতীয় বিশ্ব যুদ্ধৰ এজন সৈনিকে ১০৪ মাইল চাইকেলেৰে আহি নৰমেদি লেদিংছৰ স্বাধীনতা লাভৰ ৭৬ বছৰীয়া বষপুতিত উপস্হিত বন্ধুৰ প্ৰত্যাহবান গ্ৰহণ কৰি ।
উল্লেখযোগ্য যে, ৯৬ বছৰীয়া ব্যক্তি লেন গিবন বেগান প্ৰতিদিনে চাইকেল চলাই আহি বহু দুৰ অতিক্ৰম কৰি পৰটছমাউথ নামৰ ঠাইত উপস্হিত হয় ।
আনহাতে বিভিন্ন সামাজিক বিভেদৰ কাৰণে সৈনিক জনে নৰমেদ্দিয়ে পিটাৰ হকিংছৰ এই প্ৰত্যাহবান গ্ৰহণ কৰি ১০৪ মাইল চাইকেলেৰে অতিক্ৰম কৰি সকলোকে এক হৈ সামাজিক বিভেদ পৰিহাৰ কৰি থাকিবলৈ বাতা প্ৰেৰণ কৰাৰ উদেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে ।