ETV Bharat / bharat

বিহাৰত ব্ৰহ্মপুত্ৰ মেইলত অগ্নিকাণ্ড - ব্ৰহ্মপুত্ৰ মেইল

বিহাৰৰ মুংগেৰ-জামালপুৰ ষ্টেচনৰ মাজত ব্ৰহ্মপুত্ৰ মেইলৰ জেনেৰেটৰ কক্ষত আকস্মিক অগ্নিকাণ্ড ৷ উক্ত ঘটনাৰ ফলত একাধিক ৰেলৰ যাতায়ত ব্যাহত ৷ হতাহতৰ কোনো বাতৰি অহা নাই ৷

বিহাৰত ব্ৰহ্মপুত্ৰ মেইলত অগ্নিকাণ্ড
author img

By

Published : Sep 21, 2019, 7:56 PM IST

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰঃ বিহাৰৰ মুংগেৰ-জামালপুৰ ষ্টেচনৰ ওচৰত শনিবাৰে ব্ৰহ্মপুত্ৰ মেইলত সংঘটিত হয় এক আকস্মিক অগ্নিকাণ্ডৰ ঘটনা ৷ উক্ত অগ্নিকাণ্ডটো ৰেলখনৰ এটা জেনেৰেটৰ কক্ষত সংঘটিত হয় ৷ তথ্যনুসৰি অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে ৰেলৰ চালকজনে পূৰ্ণ দক্ষতাৰে ৰেলখনৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱা ডবাকেইটা বিচ্ছিন্ন কৰি দিয়ে ৷ যাৰ ফলত কোনো বিশেষ ক্ষয়-ক্ষতিৰ সন্মুখীন নোহোৱাকৈ ৰেলখনত যাত্ৰা কৰি থকা যাত্ৰীসকল ৰক্ষা পৰে ৷ ৰেলখনত সংঘটিত এই আকস্মিক অগ্নিকাণ্ডৰ ফলত অন্যান্য ৰেলসমূহৰ সময়সূচী যথেষ্ট বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে ৷

Intro:Body:मुंगेर - जमालपुर स्टेशन समीप ब्रह्मपुत्र मेल एक्सप्रेस के जनरेटर यान में अचानक आग लग गयी. ट्रैन के जरनेटर यान में आग लगने से न्यू जलपाईगुड़ी से दिल्ली जाने वाली ब्रह्मपुत्र मेल सुपरफास्ट में अफरा तफरी मच गयी. हलांकि समय रहते ट्रैन चालक और कर्मियों ने ट्रैन को रोक आग लगे बोगी को अलग किया. जिससे एक बड़ी दुर्घटना होने से बच गयी. वहीं आग से क्षतिग्रस्त जरनेटर यान के अलग होते ही ट्रैन में सवार यात्रियों ने राहत की सांस ली.
घटना के बाबत बताया जा रहा है की जमालपुर जंक्शन और दशरथपुर स्टेशन के बीच मे सरोबाग होल्ट के समीप 14055 ब्रहमपुत्र मेल ट्रेन के पीछे जनरेटर वाली बोगी में अचानक आग लग गयी. आग लगने की सुचना मिलते ही दमकल की गाड़ियां मौके पर पहुंच ट्रैन के जरनेटर यान में लगी आग को बुझाने में जुट गयी. काफी मशक्कत के बाद आग पर काबू पाया जा सका. इस घटना में किसी के हताहत होने की सुचना नही है. वहीं ट्रैन के बोगी में आग लगने की घटना से कई ट्रैनों का परिचालन बाधित हो गया है.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.