ETV Bharat / bharat

অসমৰ পৰা পৃথক কৰা হ'ব বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদক

বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদক অসমৰ পৰা পৃথক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ সোমবাৰে স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তিৰ জৰিয়তে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

অসমৰ পৰা পৃথক কৰা হ'ব বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদক
স্বাক্ষৰিত হ'ল বড়ো চুক্তি
author img

By

Published : Jan 27, 2020, 10:40 PM IST

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ (BTC) ভৌগোলিক পৰিসীমা বৃদ্ধি কৰাৰ উদ্দেশ্যে বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদক পৃথক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ চাৰি বড়ো উগ্ৰপন্থী সংগঠনক সুখী কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ৷

সোমবাৰে গৃহ মন্ত্ৰণালয়ত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সময়তে এই প্ৰস্তাৱে চৰকাৰী সন্মতি লাভ কৰে ৷

ইটিভি ভাৰতক প্ৰদান কৰা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে United Bodo Peoples Organisation ৰ উপ সভাপতি গম্বৰো মুছাহাৰীয়ে ৷ প্ৰস্তাৱিত পৰিষদখন অসমৰ 21 খন বিভিন্ন জিলাৰ প্ৰায় 10 লাখ বড়ো লোকেৰে গঠিত হ'ব ৷

আনহাতে, নতুন বড়ো কাছাৰ স্বায়ত্তশাসিত পৰিষদ ৰাজ্যিক চুক্তিৰ অধীনত থাকিব ৷ ভাৰতীয় সংবিধানৰ 6 সংখ্যক দফাৰ অধীনত অসমত Bodoland Territorial Council (BTC) গঠিত হৈছিল ৷

সোমবাৰৰ বহু প্ৰতিক্ষিত চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত আছিল গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহু কেইজন উচ্চপদস্থ বিষয়-ববীয়া ৷

ৰাজ্যসভা সাংসদ বিশ্বজিত দৈমাৰীয়েও এই সম্পৰ্কত আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে, এই চুক্তিয়ে অসমলৈ শান্তি ঘূৰাই আনিব ৷ এই চুক্তিয়ে বড়ো সকলৰ ভাষা, সংস্কৃতি আৰু পৰিচয় সংৰক্ষিত কৰি ৰখাত সহায় কৰিব ৷

আৰু পঢ়ক : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

Intro:New Delhi: The centre has decided to extend the geographical area of the existing Bodoland Territorial Council (BTC) in Assam besides curving out Bodo Cachari Autonomous Council from the state to appease four groups of Bodo militant outfits.

The proposed council will get the official nod following an accord that will be signed at the Home Ministry on Monday.

Body:Disclosing this to ETV Bharat, Gambaru Mushahary vice president of United Bodo Peoples Organisation said that the proposed council will comprise more than 10 lakh Bodos living in 21 districts across Assam.

"We have demanded that the funding pattern of the council should be directly from the Centre," said Mushahary.

The new Bodo Cachar Autonomous Council will come under the State Act.

It may be mentioned that Assam already has an existing Bodoland Territorial Council (BTC) in place under 6th Schedule of the Indian Constitution.

"We hope that with this accord, the long standing demand for the protection of language, culture, political right of the Bodos living outside BTC area will come into reality," said Mushahary.

Conclusion:Home Minister Amit Shah, Assam Chief Minister Sarbananda Sonowal, and senior officials of the central and state government will be present in the accord signing ceremony.

It may be mentioned here that several non Bodo organisations in Assam called for a bandh opposing the accord.

end
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.