ETV Bharat / bharat

বিহাৰত বজ্ৰ পৰি ৮৪ জন লোকৰ মৃত্যু - India

কোভিড-১৯ ৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে বিহাৰৰ বিভিন্ন স্থানত বজ্ৰ পৰি ৮৩ জন লোকৰ মৃত্যু হয় । বিহাৰ চৰকাৰে প্ৰকাশ কৰিছে এই তথ্য । কিন্তু বৰ্তমানলৈ কেনেকৈ ইমান লোকৰ মৃত্যু হয় সেই সম্পৰ্কত শেহতীয়া তথ্য চৰকাৰৰ হাতত নাই বুলিও উল্লেখ কৰে ।

Bihar: 83 killed in single day due to lightning

author img

By

Published : Jun 25, 2020, 10:20 PM IST

নিউজ ডেস্ক, ২৫ জুন : কোভিড-১৯ ৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে বিহাৰৰ বিভিন্ন স্থানত বজ্ৰ পৰি ৮৩ জন লোকৰ মৃত্যু হয় । বিহাৰ চৰকাৰে প্ৰকাশ কৰিছে এই তথ্য । কিন্তু বৰ্তমানলৈ কেনেকৈ ইমান লোকৰ মৃত্যু হয় সেই সম্পৰ্কত শেহতীয়া তথ্য চৰকাৰৰ হাতত নাই বুলিও উল্লেখ কৰে । কিন্তু এক বাতৰি যোগান সংস্থাই PTI ক জনোৱা তথ্য অনুসৰি, কিছু সংখ্যক লোকৰ পথাৰত কাম কৰি থকা অৱস্থাত মৃত্যু হয় বুলি উল্লেখ কৰে ।

Bihar: 83 killed in single day due to lightning
বিহাৰত ব্ৰৰ্জপাত পৰি ৮৪ জন লোকৰ মৃত্যু

চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ গোপালগঞ্জ জিলাখনত সৰ্বাধিক লোকৰ মৃত্যু হৈছে । গোপালগঞ্জ জিলাত ১৩ জন, পূৱ চম্পাৰণ জিলাত ৫ জন, শিৱান জিলাত ৬ জন, ডাৰভংগা জিলাত ৫ গৰাকী, বকা জিলাত ৫ গৰাকী, ভাগলপুৰত ৬ গৰাকী, খগাণ্ডিয়াত ৩ গৰাকী, মধুবনী জিলাত ৮ গৰাকী, পশ্চিম চম্পাৰণ জিলাত ২ গৰাকী, সমস্তিপুৰ জিলাত এগৰাকী, শেহৰ জিলাত ১ গৰাকী, কিষানগঞ্জ জিলাত ২ গৰাকী, চাৰণত ১ গৰাকী, জাহানাবাদত ২ গৰাকী, সীতামডী জিলাত ১ গৰাকী, জুমুইত ২ গৰাকী, নবাদাত ৮ গৰাকী, পূৰ্ণিয়াত ২ গৰাকী, চুপোলত ২ গৰাকী, ঔৰংগাবাদত ৩ গৰাকী, বকচৰত ২ গৰাকী, মাধেপুৰাত ১ গৰাকী আৰু কেমুৰ জিলাত ২ গৰাকী লোকৰ মৃত্যু হোৱাৰ খৱৰ আহি পৰিছে ।

লগতে পঢ়ক : গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.