ETV Bharat / bharat

তেলেংগানাত বিগত ২৪ ঘণ্টাত ১,২১৩ গৰাকী দেহত মহামাৰী কৰ'ণা - কৰ'ণা ভাইৰাছ

তেলেংগানাত বিগত ২৪ ঘণ্টাত ১,২১৩ গৰাকী ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণাৰ উপস্থিতি । লগতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮ গৰাকী লোক । যাৰ পৰিপ্ৰেক্ষিতত তেলেংগানাত বৰ্তমান পৰ্যন্ত কৰ'ণাত মুঠ ১৮,৫৭০ গৰাকী লোক আক্ৰান্ত হোৱৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত হৈ মৃত্য়ু হৈছে মুঠ ২৭৫ গৰাকী লোকৰ ।

তেলেংগানা
তেলেংগানা
author img

By

Published : Jul 3, 2020, 9:26 AM IST

নিউজ ডেস্ক,৩ জুলাইঃ দেশজুৰি মহামাৰী কৰ'ণা দ্ৰুত গতিত বৃদ্ধি পোৱা সময়তে বৃহস্পতিবাৰৰ দিনটোত তেলেংগানাত লাভ কৰিছে সৰ্বাধিক কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । বৃহস্পতিবেৰ তেলেংগানাত ১,২১৩ গৰাকী ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণাৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যাই ১৮,৫৭০ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে । লগতে বিগত ২৪ ঘণ্টাত ৰাজ্য়খনত কৰ'ণাত আক্ৰান্ত হৈ ৮ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ২৭৫ গৰাকীলৈ বৃদ্ধি পায় বুলি সদৰি কৰে ।

তেলেংগানাত কৰ'ণা বৃদ্ধি
Biggest single-day jump takes Telangana Covid tally to 18,570

আনহাতে, ৰাজ্যখনত বৃহস্পতিবাৰে ৫,৩৫৬ গৰাকী ব্যক্তিৰ কৰ'ণা পৰীক্ষা কৰা হৈছে । যাৰ ফলত ৰাজ্যখনত ৯৮,১৫৩ গৰাকী ব্যক্তিৰ ইতিমধ্যে কৰ'ণা পৰীক্ষা কৰা হৈছে বুলি সদৰি কৰে । কিন্তু অন্য ৰাজ্যৰ তুলনাত তেলেংগানাত কৰ'ণা পৰীক্ষাৰ পৰিমাণ কম বুলিও জানিবলৈ দিয়ে । ৰাজ্যখন ৩৩ খন জিলাৰ ভিতৰত ২৬ খন জিলাতে এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ হৈছে বুলিও সদৰি কৰে ।

তেলেংগানাত বিগত ২৪ ঘণ্টাত ১,২১৩ গৰাকী দেহত মহামাৰী কৰ'ণা

আনহাতে, বিগত ২৪ ঘণ্টাত কৰ'ণা ভাইৰাছৰ পৰা ৯৮৭ গৰাকী লোক আৰোগ্য হৈ উঠাৰ ফলত ৰাজ্যখনত বৰ্তমানলৈকে মুঠ ৯,০৬৯ গৰাকী লোক আৰোগ্য হৈ উঠিছে বুলি সদৰি কৰে । লগতে বৰ্তমানেও ৯,২২৬ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা সক্ৰিয় হৈ থকা বুলি সদৰি কৰে ।

লগতে চাওকঃ বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত মৃত্যু 31 জন লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.