ETV Bharat / bharat

প্লাষ্টিকৰ বিৰুদ্ধে শ্ৰদ্ধা চাহুৰ নীৰৱ যুঁজ

author img

By

Published : Jan 8, 2020, 1:28 PM IST

দুবছৰ পূৰ্বেই শ্ৰদ্ধাৰ নিজৰ ক্ৰোকাৰি বেংক আৰম্ভ কৰিছিল ৷ শ্ৰদ্ধাই বিভিন্ন অনুষ্ঠান, পাৰ্বন আদিত বিনামূল্যে ষ্টিলৰ বাচন-বৰ্তন ভাড়ালৈ দিয়ে ৷ কেৱল ভিলাই নহয়, কাষৰীয়া জিলাৰ পৰাও লোক বাচন-বৰ্তন বিচাৰি শ্ৰদ্ধাৰ ওচৰলৈ যায় ৷

Steel 'Crockery bank' to reduce plastic cutlery use
প্লাষ্টিকৰ বিৰুদ্ধে শ্ৰদ্ধা চাহুৰ নীৰৱ যুঁজ

নিউজ ডেস্ক, 8 জানুৱাৰীঃ প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়াৰ উদ্দেশ্যে ভিলাইৰ নিবাসী শ্ৰদ্ধা চাহুৱে নিজৰ এটি ক্ৰোকাৰি বেংকত দুবছৰ ধৰি নিৰলসভাৱে কাম কৰি আহিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ ভাষণত জনসাধাৰণক একক ব্যৱহৃত প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ পূৰ্বৰ পৰাই শ্ৰদ্ধাই প্লাষ্টিকৰ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আহিছে ৷

দুবছৰ পূৰ্বেই শ্ৰদ্ধাৰ নিজৰ ক্ৰোকাৰি বেংক আৰম্ভ কৰিছিল ৷ শ্ৰদ্ধাই বিভিন্ন অনুষ্ঠান, পাৰ্বন আদিত বিনামূল্যে ষ্টিলৰ বাচন-বৰ্তন ভাড়ালৈ দিয়ে ৷ কেৱল ভিলাই নহয়, কাষৰীয়া জিলাৰ পৰাও লোক বাচন-বৰ্তন বিচাৰি শ্ৰদ্ধাৰ ওচৰলৈ যায় ৷ শ্ৰদ্ধাই বাচন-বৰ্তন ভাড়ালৈ নিয়া লোক সকলক সেই সমূহ সুন্দৰভাৱে পৰিস্কাৰ কৰি ওভটাই দিবলৈ অনুৰোধ জনায় ৷

শ্ৰদ্ধা নামৰ এই মহিলাগৰাকীৰ উদ্দেশ্য হ'ল মানুহৰ মাজত যাতে একক ব্যৱহৃত প্লাষ্টিকৰ পাত্ৰ সমূহৰ ব্যৱহাৰ হ্ৰাস পায় ৷ শ্ৰদ্ধাৰ এই পদক্ষেপ নৱ প্ৰজন্মৰ বাবে আদৰ্শ প্ৰমাণিত হৈছে ৷ ক্ষুদ্ৰ হ'লেও ক্ৰোকাৰি বেংক প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়াৰ উদ্দেশ্যে এক প্ৰভাৱশালী আন্দোলন
হিচাপে পৰিগণিত হৈছে ৷

Intro:Body:

Jan 08 plastic story

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.