ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণৰ চেষ্টা ভাৰত বায়'টেকৰ - কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক

কৰ'ণা ভাইৰাছৰ বাবে এক ব্যতিক্ৰমী, নাকেৰে ল'ব পৰা প্ৰতিষেধক তৈয়াৰৰ প্ৰচেষ্টা চলাই আছে, প্ৰতিষেধক নিৰ্মাতা প্ৰতিষ্ঠান ভাৰত বায়'টেকে ৷

Bharat Biotech to develop intranasal coronavirus vaccine

author img

By

Published : Apr 3, 2020, 7:36 PM IST

Updated : Apr 3, 2020, 9:05 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিলঃ প্ৰতিষেধক নিৰ্মাতা প্ৰতিষ্ঠান ভাৰত বায়'টেকে কৰ'ণা ভাইৰাছৰ বাবে এক ব্যতিক্ৰমী, নাকেৰে ল'ব পৰা প্ৰতিষেধক তৈয়াৰৰ প্ৰচেষ্টা চলাই আছে ৷ ৱিছকন্সিন-মেডিচন বিশ্ববিদ্যালয়ৰ জৈৱ বিজ্ঞানী আৰু ভাৰত বায়'টেকৰ লগতে প্ৰতিষেধক কোম্পানী ফ্লুজেনে COVID-19 প্ৰতিৰোধৰ বাবে কৰ'ফ্লু নামৰ এক প্ৰতিষেধকৰ পৰীক্ষণ আৰম্ভ কৰিছে ৷ ফ্লুজেন কোম্পানীৰ যিটো ফ্লুৰ প্ৰতিষেধক, সেই প্ৰতিষেধকৰ ওপৰত ভিত্তি কৰি এই প্ৰতিষেধক প্ৰস্তুত কৰা হ'ব ৷ UW-Madison ভাইৰ'লজিষ্ট আৰু ফ্লুজেনৰ সহ সংস্থাপক য়'শ্বিহিৰো কাৱাঅ'কাৰ লগতে গেব্ৰিয়েল ন্যুমেনৰ এক আবিস্কাৰৰ আধাৰত সৃষ্ট M2SR ইনফ্লুৱেঞ্জা ভাইৰাছৰ এক সংস্কৰণ ৷ যি ফ্লুৰ বিৰুদ্ধে এক প্ৰতিৰক্ষাৰ প্ৰতিক্ৰিয়া সম্পাদন কৰে ৷ কাৱাঅ'কা পৰীক্ষাগাৰত SARS-CoV-2ৰ পৰা জিনৰ অনুক্ৰমসমূহ সন্মিলিত কৰি COVID-19ক M2SRত পৰিণত কৰিব ৷ যাতে এই প্ৰতিষেধক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰক্ষা হ'ব পাৰে ৷

লগতে পঢ়কঃ ২ বিলিয়ন আমেৰিকান ডলাৰ লোকচানৰ সম্ভাৱনা ভাৰতীয় ম'বাইল কোম্পানীৰ

Last Updated : Apr 3, 2020, 9:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.