নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : বুধবাৰে ট্ৰেড ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধত পশ্চিমবংগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ৷ বুধবাৰে প্ৰতিবাদকাৰী সকলে হাওৰা আৰু কাঞ্চাপাৰাত ৰেলৱে' ট্ৰেক আৱদ্ধ কৰি ৰাখে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল'গান দিয়াৰ লগতে চৰকাৰৰ নীতিক সমালোচনা কৰে ৷ তেওঁলোকে হাতত প্লেকাৰ্ড, পোষ্টাৰ আৰু বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদৰ ফলত বাছ পৰিবহণতো ব্যাপক অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ CPI(M) ৰ প্ৰতিবাদকাৰীয়ে বিভিন্ন স্থানত ৰাজ্যিক বাছসমূহৰ যান-বাহনত বাধা আৰোপ কৰে ৷
-
The Modi-Shah Govt’s anti people, anti labour policies have created catastrophic unemployment & are weakening our PSUs to justify their sale to Modi’s crony capitalist friends.
— Rahul Gandhi (@RahulGandhi) January 8, 2020 " class="align-text-top noRightClick twitterSection" data="
Today, over 25 crore 🇮🇳workers have called for #BharatBandh2020 in protest.
I salute them.
">The Modi-Shah Govt’s anti people, anti labour policies have created catastrophic unemployment & are weakening our PSUs to justify their sale to Modi’s crony capitalist friends.
— Rahul Gandhi (@RahulGandhi) January 8, 2020
Today, over 25 crore 🇮🇳workers have called for #BharatBandh2020 in protest.
I salute them.The Modi-Shah Govt’s anti people, anti labour policies have created catastrophic unemployment & are weakening our PSUs to justify their sale to Modi’s crony capitalist friends.
— Rahul Gandhi (@RahulGandhi) January 8, 2020
Today, over 25 crore 🇮🇳workers have called for #BharatBandh2020 in protest.
I salute them.
উড়িশাতো বুধবাৰে পুৱা 6 বজাৰ পৰা আৰম্ভ হয় প্ৰতিবাদ ৷ উড়িশাৰ ভূৱনেশ্বৰ, ভদ্ৰক, কেন্দুঝাৰগড় আদি অঞ্চলত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ এই প্ৰতিবাদৰ ফলত ভদ্ৰক, কেন্দুঝাৰগড়, ভূৱনেশ্বৰ, ব্ৰহ্মপুৰত ৰেল চলাচলত ব্যাঘাত জন্মে ৷
আৰু পঢ়ক : ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ