ETV Bharat / bharat

কৃত্ৰিম বানৰ কৱলত বাংগালুৰু

author img

By

Published : Oct 24, 2020, 8:05 PM IST

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰপ্পায়ে শনিবাৰে চহৰখনৰ পৌৰ নিগমক এলাৰ্ট জাৰি কৰে ৷ কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি পৰৱৰ্তী দুই-তিনিদিনলৈ বাংগালুৰুত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ ৷

Bengaluru Rain: The locals rescued two babies which were crying in rain
কৃত্ৰিম বানৰ কবলত বাংগালুৰু

বাংগালুৰু,24 অক্টোবৰ: বাংগালুৰুত অব্যাহত থকা ধাৰাসাৰ বৰষুণে একপ্ৰকাৰ স্তব্ধ কৰিছে জন-জীৱন ৷ চহৰখনৰ বিস্তীৰ্ণ অঞ্চলত প্লাৱিত হৈছে কৃত্ৰিম বানত ৷ বহু পৰিয়ালৰ বাসগৃহ ডুব গৈছে এই কৃত্ৰিম বানত ৷ দুগৰাকী শিশুৱে বৰষুণত তিতি কান্দি থকা দেখিবলৈ পোৱা গৈছিল চহৰখনত ৷ স্থানীয় লোকে ততালিকে উদ্ধাৰ কৰে শিশু দুটাক ৷ এই উদ্ধাৰ কাৰ্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ ভাইৰেল ভিডিঅ’টোত চাফাই কৰ্মীয়ো মজুত থকাৰ কথা পোহৰলৈ আহিছে ৷

চহৰখনৰ প্ৰায়বোৰ এলেকা বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ তদুপৰি পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়াতত তীব্ৰ বাধাৰ সন্মুখীন হৈছে ৷ কোনো কোনো অঞ্চলত পথত আৱদ্ধ অটো আৰু অন্যান্য বাহনসমূহ পানীত উটি যায় ৷ একাংশ মন্দিৰো এই কৃত্ৰিম বানৰ কৱলত পৰি ক্ষতিৰ সন্মুখীন হৈছে ৷ বাংগালুৰুৰ এই পৰিস্থিতি সম্পৰ্কে পৰিদৰ্শন কৰিবলৈ বানাক্ৰান্ত এলেকাত উপস্থিত হৈছে মন্ত্ৰী আৰ অশোক ৷

লগতে চাওকঃ মৃত্যুৰ ১৮ ঘণ্টা পৰ্যন্ত কৰ'ণা আক্ৰান্ত ৰোগীৰ দেহত সক্ৰিয় হৈ থাকে ভাইৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.