ETV Bharat / bharat

সন্তানৰ বাবে "প্ৰত্যেক দিনৰ অভিনেতা" হোৱাৰ আহ্বান শচীন তেণ্ডুলকাৰৰ

তদুপৰি তেখেতে কয় যে, কৰ‘ণা মহামাৰীৰ ফলত বিদ্যালয় সমূহ বন্ধ হোৱাৰ লগতে আন্দোলন, চাকৰি হেৰুওৱা আদিৰ বাবে পিতৃ-মাতৃৰ লগতে তেওলোকৰ সন্তান সকলেও দৃঢ় মনোবলেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা উচিত ৷

author img

By

Published : Aug 15, 2020, 7:25 PM IST

Be 'everyday heroes' for children: Sachin Tendulkar urges parents on I-Day
সন্তানৰ বাবে "প্ৰত্যেক দিনৰ অভিনেতা " হোৱাৰ বাবে আহ্বান শচীন তেণ্ডুলকাৰৰ

নিউজ ডেস্ক, 15 আগষ্ট : ক্ৰিকেট জগতৰ মহান খেলুৱৈ হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰে শনিবাৰে 74 সংখ্যক স্বাধীনতা দিৱসৰ শুভক্ষণত দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় ৷ লগতে সকলো পিতৃ মাতৃক নিজৰ সন্তানৰ বাবে "Everyday Heroes" হোৱাৰ বাবে আহ্বান জনায় ৷

শচীন তেণ্ডুলকাৰে এক টুইটযোগে কয় যে, "শিশু সকল ভাৰতৰ ভৱিষ্যৎ আৰু এই সকলেই আমাৰ দেশক আগবঢ়াই লৈ যাব ৷ আহক সিঁহতৰ "প্ৰত্যেক দিনৰ হিৰ' " হও আৰু সঠিক পৰিৱেশৰ সৃষ্টি কৰো যাৰ দ্বাৰা তেওঁলোকক যোগাত্মক কৰি ৰাখিব পাৰো ৷

  • Happy 74th #IndependenceDay to all Indians! 🇮🇳

    Children are the future of India and they're the ones who will drive our nation forward.
    Let’s be their 'Everyday Heroes' and create the right environment which keeps them positive. pic.twitter.com/5TON75A8NQ

    — Sachin Tendulkar (@sachin_rt) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তদুপৰি তেখেতে কয় যে, কৰ‘ণা মহামাৰীৰ ফলত বিদ্যালয় সমূহ বন্ধ হোৱাৰ লগতে আন্দোলন, চাকৰি হেৰুওৱা আদিৰ বাবে পিতৃ-মাতৃৰ লগতে তেওলোকৰ সন্তান লকলেও দৃঢ় মনোবলেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা উচিত ৷

ইয়াৰ লগতে তেওঁ কয় যে, কৰ‘ণা মহামাৰীৰ এই সময়চোৱাত আমি আমাৰ সন্তানৰ সৈতে সময় কটাবলৈ সুযোগ পাইছো ৷

লগতে পঢ়ক : অসাধাৰণ স্মৃতি শক্তিৰে পৰিপূৰ্ণ এগৰাকী বিস্ময় বালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.