ETV Bharat / bharat

উড়িশাৰ ৰোগ প্ৰতিৰোধৰ বাবে 10 বিধ ভেকচিন প্ৰস্তুত কৰিব ভাৰত বায়'টেক প্ৰতিষ্ঠানে - সচিব

COVID-19, মেলেৰিয়া আৰু অন্যান্য ৰোগ প্ৰতিৰোধৰ বাবে 10 বিধ ভেকচিন প্ৰস্তুত কৰিব হায়দৰাবাদৰ ভাৰত বায়'টেক ইণ্টাৰনেশ্বনেল লিমিটেডে ৷ সৰ্বমুঠ 300 কোটি টকা বিনিয়োগ কৰা হৈছে 10 বিধ ভেকচিনৰ বাবে ৷

BBIL will manufacture 10 types of vaccines at Odisha unit
উড়িশাৰ ৰোগ প্ৰতিৰোধৰ বাবে 10 বিধ ভেকচিন প্ৰস্তুত কৰিব ভাৰত বায়'টেক প্ৰতিষ্ঠানে
author img

By

Published : Nov 7, 2020, 10:48 AM IST

নিউজ ডেস্ক, 7 নৱেম্বৰ : হায়দৰাবাদৰ ভাৰত বায়'টেক ইণ্টাৰনেশ্বনেল লিমিটেডে শুকুৰবাৰে কয় যে, ওড়িশাৰ আগন্তক COVID-19, মেলেৰিয়া আৰু অন্যান্য ৰোগ প্ৰতিৰোধৰ বাবে 10 বিধ ভেকচিন প্ৰস্তুত কৰিছে ৷ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু পৰিচালন নিৰ্দেশক ড০ কৃষ্ণ এলা ওড়িশাৰ মুখ্য সচিব এ কে ট্ৰাইপেথি আৰু ৰাজ্য চৰকাৰৰ অন্যান্য বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত কথা পাতি এই কথা জানিবলৈ দিয়ে ৷

প্ৰতিষ্ঠানটোৱে মেলেৰীয়া,জাপানী এনকেফেলাইটিছ,ৰেবিজ,মেৰী ইনফ্লুৱেঞ্জা আৰু ঔষধ প্ৰতিৰোধী টাফিলোকোকাচ অৰিয়াছৰ বিৰুদ্ধে নতুন বা উন্নত ভেকচিনৰ বিকাশ আৰু প্ৰস্তুতৰ বাবে চেষ্টা চলাইছে ৷ ইতিমধ্যে,প্ৰতিষ্ঠানটোৱে 10 বিধ ভেকচিন প্ৰস্তুত কৰাৰ বাবে সৰ্বমুঠ 300 কোটি টকা বিনিয়োগ কৰিছে বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নৱপ্ৰজন্মক বিনামূল্যে কাৰাটে, বক্সিং, টাইকোৱানডোৰ প্ৰশিক্ষণ প্ৰদান এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.