ETV Bharat / bharat

১০০ শতাংশ ECLGS ৰ অধীনত ইতিমধ্যে প্ৰদান ৭৭,৬১৩.০৬ কোটি টকাঃ নিৰ্মালা সীতাৰমণ - Emergency Credit Line Guarantee Scheme

২০ জুলাই ২০২০ লৈকে PSB আৰু ব্যক্তিগত বেংকৰ দ্বাৰা ১০০ শতাংশ Emergency Credit Line Guarantee Scheme যোজনাৰ অধীনত মুঠ ১,২৭,৫৮২.৬০ কোটি টকাৰ ইতিমধ্যে ৭৭,৬১৩.০৬ কোটি টকা প্ৰদান কৰা হৈছে বুলি মঙলবাৰে টুইটযোগে সদৰি কৰে বিত্ত মন্ত্ৰী নিৰ্মালা সীতাৰমণে ।

নিৰ্মালা সীতাৰমণ
নিৰ্মালা সীতাৰমণ
author img

By

Published : Jul 22, 2020, 1:32 PM IST

নিউজ ডেস্ক, ২২ জুলাইঃ বিত্ত মন্ত্ৰণালয়ে মঙলবাৰে টুইটযোগে সদৰি কৰে যে, বেংকসমূহে মহামাৰী কৰ'ণাৰ বাবে আৰ্থিকভাৱে ক্ষতিগ্ৰস্থ MSME ক্ষেত্ৰসমূহত ৩ লাখ কোটি টকাৰ ভিতৰত Emergency Credit Line Guarantee Scheme (ECLGS)ৰ জৰিয়তে ১,২৭,৫৮২ কোটি টকাৰ ঋণৰ স্বীকৃতি দিয়ে । ইয়াৰ সলনি MSME ৰ বাবে ১০০ শতাংশ Emergency Credit Line Guarantee Schem ৰ জৰিয়তে ২০ জুলাইলৈকে ৭৭,৬১৩ কোটি টকা প্ৰদান কৰা হয় । এই যোজনা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত মে' মাহত ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত বুলিও জানিবলৈ দিয়ে ।

ECLGS ৰ বাবে নতুন সংখ্যা বিত্ত মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশ কৰা হ'ব । তাৰ ভিতৰত ১২ চৰকাৰী শাখাৰ বেংক,২২ টা বেচৰকাৰী শাখাৰ বেংক তথা ২১ টা নন বেংকিং তথা আৰ্থিক সংস্থা এই অৰ্থ প্ৰদান ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হ'ব ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে টুইটযোগে কয় যে, ২০ জুলাই ২০২০ লৈকে PSB আৰু ব্যক্তিগত বেংক সমূহৰ দ্বাৰা ১০০ শতাংশ Emergency Credit Line Guarantee Schemeৰ অধীনত অনুমোদিত মুঠ পৰিমাণৰ ১,২৭,৫৮২.৬০ কোটি টকাৰ ৭৭,৬১৩.০৬ কোটি টকা ইতিমধ্যে বিতৰণ কৰা হৈছে ।

Emergency Credit Line Guarantee Schemeৰ অধীনত PSB ৰ দ্বাৰা স্বীকৃত ঋণৰ পৰিমাণ বৃদ্ধি হৈ বৰ্তমান ৭০,৮৯৪.৫৯ কোটি টকা হৈছে । যাৰ ভিতৰত ৪৫,৭৯৭.২৯ কোটি টকা ২০ জুলাইলৈকে বিতৰণ কৰা হৈছে । আনহাতে, ব্যক্তিগত বেংকৰ অধীনত ৫৬,৬৮৮ কোটি টকা আৰু ৩১,৮১৫ কোটি টকা বিতৰণ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.