ETV Bharat / bharat

এয়াৰ ষ্ট্ৰাইকত নিহত 250 সন্ত্ৰাসবাদী - ভাৰতীয় বায়ু সেনা

পুলৱামা আক্ৰমণৰ পাচতেই কংগ্ৰেছ দলে উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

অমিত শ্বাহ
author img

By

Published : Mar 4, 2019, 7:19 PM IST

Updated : Mar 4, 2019, 7:41 PM IST

নিউজ ডেস্ক, 4 মাৰ্চঃ পুলৱামা আক্ৰমণৰ পাচতেই কংগ্ৰেছ দলে উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ অমিত শ্বাহে ৷ গুজৰাটৰ ৰাজধানী আহমেদাবাদত এক ৰেলী সম্বোধন কৰি ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সংঘটিত এয়াৰ ষ্ট্ৰাইকত 250ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱা বুলি প্ৰকাশ কৰিছিল ভাজপা অধ্যক্ষগৰাকীয়ে ৷

অমিত শ্বাহ

ভাজপা অধ্যক্ষগৰাকীৰ এই মন্তব্যৰ পাচতেই এই মন্তব্যক লৈ সোচ্চাৰ হৈ উঠিছে বিৰোধী দলসমূহ ৷ সোমবাৰে কংগ্ৰেছী নেতা মনীষ তিৱাৰীয়ে অমিত শ্বাহক ক্ষুৰধাৰ সমালোচনা কৰি, দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ ত্যাগ কৰা নিৰাপত্তা বাহিনীকো বিজেপিয়ে নিজৰ নিকৃষ্ট ৰাজনীতিত ব্যৱহাৰ কৰিছে বুলি উল্লেখ কৰে ৷ তেঁও কয় যে, যেতিয়া ভাৰতীয় বায়ু সেনাই এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই সেইক্ষেত্ৰত কেন্দ্ৰত শাসনত থকা দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষই কিদৰে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিব পাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ দেশৰ সুৰক্ষাৰ দিশটোক এইদৰে ৰাজনীতিকৰণ কৰাৰ পৰা বিৰত থাকিবলৈ বিজেপি দলক আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ৷

আনহাতে ভাজপা অধ্যক্ষগৰাকীয়েও বিপক্ষ দলক আক্ৰমণৰ লক্ষ্য কৰি কয়, "নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ চৰকাৰে ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইক কৰি সন্ত্ৰাসবাদক কঠোৰ জৱাব দিবলৈ সক্ষম হৈছে ৷ এই কথা বিৰোধী দলসমূহে মানি ল'বলৈ টান পাইছে ৷ সেয়েহে মমতা দিদিয়ে প্ৰমাণ বিছাৰিছে, ৰাহুল বাবাই ৰাজনীতিকৰণ কৰা হৈছে বুলি কৈছে, অখিলেশ যাদৱে সমগ্ৰ বিষয়টোৰ তদন্ত বিচাৰিছে, আছলতে কি হৈছিল সেয়া তেঁওলোকৰ জ্ঞাত নহয়ে, আৰু সেয়েহে সেনাৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে ৷ কিন্তু আমেৰিকা, ইজৰাইলৰ পিচতে ভাৰত হৈছে তৃতীয়খন ৰাষ্ট্ৰ যিয়ে দেশৰ সুৰক্ষা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে ৷ এতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ শক্তিৰ বিৰুদ্ধে গম পাইছে, গতিকে পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় সেনাৰ গাত হাত দিলে তাৰ উত্তৰ টোপেৰে দিয়া হ'ব "৷

undefined

over 250 terrorists killed in Balakot airstrike says amit shah
शाह का दावा- एयर स्ट्राइक में मारे 250 आतंकी, कांग्रेस ने किया सवाल
नई दिल्ली: पुलवामा आतंकी हमले के बाद भारतीय वायुसेना के द्वारा पाकिस्तान के बालाकोट की गई एयर स्ट्राइक पर भारतीय जनता पार्टी के अध्यक्ष अमित शाह ने बड़ा बयान दिया है. उनका दावा है कि वायुसेना की एयर स्ट्राइक में 250 से अधिक आतंकवादी मारे गए हैं. कांग्रेस ने शाह के इस बयान पर कई सवाल किए.
गुजरात के अहमदाबाद में एक रैली को संबोधित करते हुए भाजपा अध्यक्ष अमित शाह ने दावा किया कि पुलवामा आतंकी हमले के बाद किसी को लगता था कि इस बार सर्जिकल स्ट्राइक नहीं हो सकती है, लेकिन क्या हुआ? पुलवामा आतंकी हमले के 13वें दिन की गई नरेंद्र मोदी सरकार की एयर स्ट्राइक में 250 से अधिक आतंकवादी मारे गए.
अमित शाह के इस बयान पर कांग्रेस नेता मनीष तिवारी ने भाजपा को आड़े हाथों लेते हुए उनसे कई सवाल कए. उन्होंने कहा कि जब वायुसेना के अधिकारियों ने इस पर किसी तरह के आकड़े बताने से मना किया था , तो अमित शाह इस तरह का बयान क्यों दे रहे हैं. क्या यहां एयरस्ट्राइक को राजनीति से जोड़ना नहीं हुआ.
शाह का दावा है कि वायुसेना द्वारा किए गए एयर स्ट्राइक में 250 से ज्यादा आतंकी मारे गए हैं.
विपक्ष पर साधा निशाना
भाजपा प्रमुख अमित शाह ने सशस्त्र बलों के साहस पर ‘शक’ करने और भारतीय वायु सेना के हवाई हमले का सबूत मांगने पर रविवार को विपक्षी पार्टियों पर निशाना साधा और कहा कि उनके ऐसे बयान पाकिस्तान के चेहरे पर ‘मुकुराहट’ लाए.

शाह ने कहा कि अगर ये पार्टियां प्रधानमंत्री नरेंद्र मोदी और देश के सशस्त्र बलों द्वारा पाकिस्तान के बालाकोट में जैश-ए-मोहम्मद के आतंकी ठिकानों पर हवाई हमले के जरिए हासिल की गई उपलब्धि की प्रशंसा नहीं कर सकतीं तो उन्हें ‘चुप रहना’ चाहिए.

प्रधानमंत्री के नेतृत्व की सराहना करते हुए, शाह ने दावा किया कि मोदी ने अपना नियमित कार्य जारी रखा और इस दौरान वह 14 फरवरी को पुलवामा हमले के गुनाहगारों को सजा देने के बारे में भी योजना तैयार करते रहे. इस हमले में सीआरपीएफ के 40 कर्मियों की मौत हो गई थी.

उन्होंने दावा किया कि मोदी ने सर्जिकल स्ट्राइक और हवाई हमले का आदेश देकर देश को समझाया कि आतंक को ‘कतई बर्दाश्त’ नहीं करने का मतलब क्या होता है.

शाह ने कहा, ‘‘विपक्षी नेता यह नहीं जानते हैं कि क्या हुआ. ममता दी ने सबूत मांगा है. राहुल बाबा कह रहे हैं कि इसका राजनीतिकरण किया जा रहा है. अखिलेश ने जांच की मांग की है. शर्म आनी चाहिए कि आपके बयान पाकिस्तान के चेहरे पर मुस्कुराहट लाए है.’’

भाजपा अध्यक्ष ने दावा किया कि, ‘‘पाकिस्तान विपक्षी नेताओं की प्रेस वार्ता के बाद मुस्कुराया जिसमें नेताओं ने सशस्त्र बलों के साहस पर सवाल उठाया.’’

उन्होंने कहा, ‘‘ हम समझ सकते हैं कि आपमें मोदी जी जैसा साहस नहीं है, लेकिन अगर आप मोदी जी और सशस्त्र बलों द्वारा किये गए कार्य की प्रशंसा नहीं कर सकते तो कम से कम चुप ही रहिये. ’’

उन्होंने कहा, ‘‘ पुलवामा हमले के बाद, लोगों ने कहा कि सर्जिकल स्ट्राइक संभव नहीं है, क्योंकि सेना (आतंकी ठिकानों को उड़ाने के लिए) नहीं जा सकती. मोदीजी, चुपचाप अपने नियमित कामकाज पर गए और फैसला किया और (जवाबी हमले की) योजना बनाई और हमारे वायु सेना के जवानों ने हवाई हमले में सैकड़ों आतंकियों को मारा और सुरक्षित वापस आए.’’

उन्होंने कहा कि आतंकी ठिकानों पर इन हमलों से भारत अमेरिका और इज़राइल के बाद दुनिया का तीसरा देश बन गया जिसने अपने सशस्त्र बलों पर हमलों का बदला लिया.

शाह ने कहा, ‘‘ अब दुनिया स्वीकार करती है कि भारत को हल्के में नहीं लिया जा सकता है. पूरा विश्व मानता है कि कोई भी भारत की सीमा के साथ छेड़छाड़ नहीं कर सकता है. पूरा विश्व अब स्वीकार करता है कि भारतीय सैनिकों को छूना आसान नहीं है. उन्हें गोली का जवाब तोप से दिया जाएगा.’’

प्रधानमंत्री के मोध वणिक समुदाय की यहां एक सभा को संबोधित करते हुए शाह ने कहा कि मोदी एक विनम्र पृष्ठभूमि से आते हैं और दुनिया के सबसे बड़े लोकतंत्र के प्रधानमंत्री बने.

भाजपा अध्यक्ष ने कहा कि मोदी जातिवाद में विश्वास नहीं रखते हैं, जबकि तथ्य यह है कि वह उसी समुदाय से आते हैं जिसने मेहनत और अच्छे व्यवहार के माध्यम से देश में अपनी उपस्थिति दर्ज की है.

शाह ने कहा, ‘‘ मोदी जी जातिवाद में यकीन नहीं रखते हैं. वह जब से सार्वजनिक जीवन में आए हैं तब से उन्होंने राजनीति से जातिवाद के प्रदूषण से हटाने के लिए काम किया है. ’’
Last Updated : Mar 4, 2019, 7:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.