ETV Bharat / bharat

পশ্চিমবংগত বিজেপিৰ বাহনত পুনৰ আক্ৰমণ - বিজেপিৰ বাহনত আক্ৰমণ

বিজেপি নেতা মুকুল ৰয় আৰু সৈমিক ভট্টাচাৰ্যৰ বাহনত আক্ৰমণ অচিনাক্ত ব্যক্তিৰ ৷ আক্ৰমণৰ সময়ত বাহনত উপস্থিত নাছিল নেতা দুগৰাকী ৷

etv bharat
author img

By

Published : May 17, 2019, 5:39 AM IST

পশ্চিমবংগ, 17 মে’: পশ্চিমবংগত পুনৰ বিজেপি নেতাৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ ৷ এইবাৰ অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিলে বিজেপি নেতা মুকুল ৰয় আৰু সৈমিক ভট্টাচাৰ্যৰ বাহনত ৷ বৃহস্পতিবাৰে নিশা এই ঘটনা সংঘটিত হয় পশ্চিমবংগৰ নগৰবজাৰ অঞ্চলত ৷ দমদম লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সৈমিক ভট্টাচাৰ্য ৷ আক্ৰমণৰ সময়ত দুয়োগৰাকী ব্যক্তি ঘটনাস্থলীত উপস্থিত নথকাৰ কথা প্ৰকাশ নেতাদুগৰাকীৰ ৷

পশ্চিমবংগত বিজেপিৰ বাহনত পুনৰ আক্ৰমণ

বিজেপি নেতা মুকুল ৰয় আৰু সৈমিক ভট্টাচাৰ্যৰ বাহনত আক্ৰমণ অচিনাক্ত ব্যক্তিৰ ৷ আক্ৰমণৰ সময়ত বাহনত উপস্থিত নাছিল নেতা দুগৰাকী ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.