ETV Bharat / bharat

মমতা বেনাৰ্জীৰ সন্দেহৰ আঙুলি কেন্দ্ৰীয় চৰকাৰলৈ ! - নৰেন্দ্ৰ মোদী

'পৰ্যাপ্ত তথ্য থকাৰ পাচতো পুলৱামাত কেনেকৈ সংঘটিত হ'ল সন্ত্ৰাসবাদীৰ আক্ৰমণ ', প্ৰশ্ন মমতা বেনাৰ্জীৰ

মমতা বেনাৰ্জীৰ সন্দেহৰ আঙুলি কেন্দ্ৰীয় চৰকাৰলৈ !
author img

By

Published : Feb 19, 2019, 11:02 AM IST

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী : জন্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আৰত কেন্দ্ৰীয় চৰকাৰলৈ সন্দেহৰ আঙুলি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । সোমবাৰে কলিকতাত এখন সংবাদমেল সম্বোধন কৰি ঘটনাটোৰ সন্দৰ্ভত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সংবাদমেলযোগে তেওঁ অভিযোগ কৰে যে, লোকসভা নিৰ্বাচনৰ পূ্ৰ্বে বিজেপি আৰু আৰ এস এসে দেশত সাম্প্ৰাদিয় সম্প্ৰীতিক বিনষ্ট কৰিব বিছাৰিছে । সমাগত 2019 লোকসভা নিৰ্বাচন, এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ সৈতে যুদ্ধৰ অচিলাৰে দেশত এক যুদ্ধ কালীন পৰিৱেশৰ সূচনা কৰিব বিছাৰিছে । তেওঁ লগতে অভিযোগ কৰে যে, পুলৱামাত হোৱা সন্ত্ৰাসবাদ আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ হাতত চোৰাংচোৱাৰ তথ্য আছিল । কিন্তু ইয়াৰ পাচতো চি আৰ পি এফৰ বাহনখনক কিয় সেই অঞ্চলৰ মাজেদি যাবলৈ দিয়াৰ অনুমতি প্ৰদান কৰা হ'ল ।

সন্ত্ৰাসবাদ দমন আৰু বিগত পাঁচটা বৰ্ষত পাকিস্তানৰ বিৰুদ্ধে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী নেতৃত্বাধীন বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, একাংশই উক্ত ঘটনাটোৰ ৰাজনৈতিক লাভা লাভ ল'ব বিছাৰিছে ।

undefined

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীৰ দিনটোত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪৫ গৰাকীকৈ সেনা জোৱানে প্ৰাণৰ বলিদান দিছিল ।

Mamata banrjee-question-to-central-government  

মমতা বেনাৰ্জীৰ সন্দেহৰ আঙুলি কেন্দ্ৰীয় চৰকাৰলৈ !

Summery : 'পৰ্যাপ্ত তথ্য থকাৰ পাচতো পুলৱামাত কেনেকৈ সংঘটিত হ'ল সন্ত্ৰাসবাদীৰ আক্ৰমণ ', প্ৰশ্ন মমতা বেনাৰ্জীৰ 

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী : জন্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আৰত কেন্দ্ৰীয় চৰকাৰলৈ সন্দেহৰ আঙুলি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । সোমবাৰে কলিকতাত এখন সংবাদমেল সম্বোধন কৰি ঘটনাটোৰ সন্দৰ্ভত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । 

সংবাদমেলযোগে তেওঁ অভিযোগ কৰে যে, লোকসভা নিৰ্বাচনৰ পূ্ৰ্বে বিজেপি আৰু আৰ এস এসে দেশত সাম্প্ৰাদিয় সম্প্ৰীতিক বিনষ্ট কৰিব বিছাৰিছে । সমাগত 2019 লোকসভা নিৰ্বাচন, এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়  চৰকাৰে পাকিস্তানৰ সৈতে যুদ্ধৰ অচিলাৰে দেশত এক যুদ্ধ কালীন পৰিৱেশৰ সূচনা কৰিব বিছাৰিছে । তেওঁ লগতে অভিযোগ কৰে যে, পুলৱামাত হোৱা সন্ত্ৰাসবাদ আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ হাতত চোৰাংচোৱাৰ তথ্য আছিল । কিন্তু ইয়াৰ পাচতো চি আৰ পি এফৰ বাহনখনক কিয় সেই অঞ্চলৰ মাজেদি যাবলৈ দিয়াৰ অনুমতি প্ৰদান কৰা হ'ল । 

সন্ত্ৰাসবাদ দমন আৰু বিগত পাঁচটা বৰ্ষত পাকিস্তানৰ বিৰুদ্ধে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী নেতৃত্বাধীন বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, একাংশই উক্ত ঘটনাটোৰ ৰাজনৈতিক লাভা লাভ ল'ব বিছাৰিছে ।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীৰ দিনটোত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪৫ গৰাকীকৈ সেনা জোৱানে প্ৰাণৰ বলিদান দিছিল । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.