ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত অসমীয়াৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়াই ৷ এই আইনৰ ফলত অসমীয়াৰ অস্তিত্ব তথা সংস্কৃতিত বিৰূপ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

author img

By

Published : Dec 17, 2019, 7:35 PM IST

Updated : Dec 17, 2019, 7:51 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা
চি(এ)এ ৰ বিৰুদ্ধে বাংগালুৰুত অসমীয়াৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,17 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়াই ৷ প্ৰতিবাদেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলিলে বাংগালুৰুস্থিত অসমীয়া লোকে ৷

প্ৰতিবাদীসকলে মন্তব্য কৰে যে,অসম কেৱল অসমীয়াৰ ৷ ইয়াত বিদেশীক সোমাবলৈ দিয়া নহ'ব ৷ লগতে তেওঁলোকে কয় যে,এই আইনৰ ফলত অসমীয়াৰ অস্তিত্ব তথা সংস্কৃতিত বিৰূপ প্ৰভাৱ পৰিব৷

আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ

Intro:

Body:Assam is ours says Assamese in protest in Bengaluru. they also fear that post CAA cultural integration will be difficult and will diminish Assamese culture .

Conclusion:
Last Updated : Dec 17, 2019, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.