ETV Bharat / bharat

অৰুণাচলত আটক NSCN(R)ৰ এজন সক্ৰিয় কেডাৰ

author img

By

Published : Oct 28, 2020, 9:12 AM IST

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা 26 অক্টোবৰত এজন সক্ৰিয় NSCN(R) কেডাৰক আটক কৰে আছাম ৰাইফলছে ৷ কেডাৰজনৰ পৰা এটা 7.65 এমএম পিষ্টল, লাইভ ৰাউণ্ড আৰু 100 গ্ৰাম অপিয়ম জব্দ কৰা হয় ৷

Assam Rifles arrests one cadre of NSCN(R)
অৰুণাচলত আটক NSCN(R)ৰ এজন সক্ৰিয় কেডাৰ

নিউজ ডেস্ক,28 অক্টোবৰ : 26 অক্টোবৰত নেশ্যনেল চ’ছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ NSCN(R)ৰ এজন কেডাৰক আটক কৰে আছাম ৰাইফলছে ৷

আছাম ৰাইফলছে প্ৰচাৰ কৰা এক প্ৰেছ বিবৃতি অনুসৰি,‘‘আছাম ৰাইফলছে 26 অক্টোবৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা এজন সক্ৰিয় NSCN (R) কেডাৰক আটক কৰিবলৈ সক্ষম হয়’’ ৷

সক্ৰিয় কেডাৰজনৰ পৰা এটা 7.65 এমএম পিষ্টল,লাইভ ৰাউণ্ড আৰু 100 গ্ৰাম অপিয়ম জব্দ কৰা হয় আৰু এই সামগ্ৰীসমূহ আৰক্ষীক চমজাই দিয়ে আছাম ৰাইফলছে ৷

লগতে পঢ়ক : সেনাৰ সৈতে সংঘৰ্ষত নিহত দুই অচিনাক্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.