ETV Bharat / bharat

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 15 টাকৈ বাসগৃহ

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীলোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ জানিব পৰা মতে, উক্ত ঘটনাত হতা-হতি হোৱা নাই কোনো লোক ।

author img

By

Published : May 5, 2019, 3:36 AM IST

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 15 টাকৈ বাসগৃহ

নিউজ ডেস্ক, ৫ মেঃ অন্ধ্ৰপ্ৰদেশৰ চল্লপল্লী গাঁৱত শনিবাৰে বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 15 টাকৈ বাসগৃহ ৷ জানিব পৰা মতে, উক্ত ঘটনাত হতা-হতি হোৱা নাই কোনো লোক । লাখ লাখ টকাৰ সা-সম্পত্তি ধ্বংস হয় এই অগ্নিকাণ্ডৰ ঘটনাটোত । চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সৃষ্টি হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীলোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

15 houses damaged Due to Fire at Andhrapradesh
বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 15 টাকৈ বাসগৃহ
নিউজ ডেস্ক,4 মেঃ অন্ধ্ৰপ্ৰেদেশৰ চল্লপল্লী গাঁৱত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 15 টাকৈ বাসগৃহ ৷ লাখ লাখ টকাৰ সা-সম্পত্তি ধ্বংস হয় এই অগ্নিকাণ্ডত ৷

ৰান্ধনি ঘৰৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতেই এই অগ্নিকাণ্ডৰ সৃষ্টি হোৱা সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাস্থলিত অগ্নি নিৰ্বাপক বাহিনীলোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ উক্ত ঘটনাত কোনো লোক হতা-হত হোৱা নাই বুলি জানিব পৰা গৈছে ৷  

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.