ETV Bharat / bharat

ফ্ল'ৰ টেষ্টৰ পৰিকল্পনাত অটল গহলোত চৰকাৰ

author img

By

Published : Aug 13, 2020, 3:14 PM IST

ৰাজস্থানৰ পূৰ্বৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলট আৰু তেখেতৰ শিৱিৰে কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছতো ৰাজস্থানত অশোক গহলোতৰ নেতৃত্বাধীন চৰকাৰে আগন্তুক 14 আগষ্টত হ'বলগীয়া বিশেষ বিধানসভা অধিৱেশনত ফ্ল'ৰ টেষ্ট কৰাৰ পৰিকল্পনাত অটল হৈ আছে ৷

Ashok Gehlot to call for floor test despite Pilot camp rolling back their rebellion
ফ্ল'ৰ টেষ্টৰ পৰিকল্পনাত অটল গহলোত চৰকাৰ

নিউজ ডেস্ক, 13 আগষ্ট : শেষ হোৱা নাই ৰাজস্থানত ৰাজনৈতিক সংকট ৷ শচিন পাইলট সহ 19 বিসম্বাদী বিধায়কে সৃষ্টি কৰা ৰাজনৈতিক অস্থিৰতাৰ বাবে ৰাজ্যখনৰ অশোক গহলোত চৰকাৰৰ সমস্যা আৰু অধিক বৃদ্ধি কৰি তুলিছে ৷

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী অশোক গহলোত দেওবাৰে বিধায়িনী দলত বৈঠকত অংশগ্ৰহণ কৰে ৷

ইয়াৰ মাজতে তেখেতে বিধানসভাৰ অধিৱেশনত বিধায়ক সকলক নিজৰ একতা দেখুৱাবলৈ আহ্বান জনায় ৷

গহলোত শিৱিৰৰ বিধায়ক সকলে এতিয়া জেচলমিৰত অৱস্থান গ্ৰহণ কৰি আছে ৷

ৰাজস্থানৰ পূৰ্বৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলট আৰু তেখেতৰ শিৱিৰে কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছতো ৰাজস্থানত অশোক গহলোতৰ নেতৃত্বাধীন চৰকাৰে আগন্তুক 14 আগষ্টত হ'বলগীয়া বিশেষ বিধানসভা অধিৱেশনত ফ্ল'ৰ টেষ্ট কৰাৰ পৰিকল্পনাত অটল হৈ আছে ৷ ৰাজস্থানৰ পূৰ্বৰ উপ মুখ্যমন্ত্ৰী পাইলট আৰু অন্য অসন্তুষ্ট বিধায়কৰ অভিযোগৰ শৃংখলাবদ্ধতাৰ বাবে সমাধান কৰিবলৈ AICC য়ে এক বিশেষ পেনেল গঠন কৰিছে ৷

ৰাজস্থান উচ্চ ন্যায়ালয়ে আজি ৰাজ্যৰ 6 গৰাকী বিএছপি বিধায়কৰ কংগ্ৰেছৰ লগত থকাৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : চ্যুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গুৱাহাটীৰ আদালতত হাজিৰৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.