ETV Bharat / bharat

অৰুণ জেটলীৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Aug 24, 2020, 10:06 AM IST

সোমবাৰে প্ৰয়াত প্ৰাক্তন কেবিনেট মন্ত্ৰী অৰুণ জেটলীৰ প্ৰথমটো মৃত্য়ু বাৰ্ষিকীত তেওঁক স্মৰণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও টুইটযোগে প্ৰয়াত মন্ত্ৰী গৰাকীৰ বিষয়ে কিছু কথা উল্লেখ কৰে ৷

un Jaitley First Death Anniversary: PM Modi, Amit Shah pay

নেশ্যনেল ডেস্ক, 24 আগষ্ট: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু বিজেপিৰ এগৰাকী আগৰণুৱা নেতা অৰুণ জেটলীক তেওঁৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

  • On this day, last year, we lost Shri Arun Jaitley Ji. I miss my friend a lot.

    Arun Ji diligently served India. His wit, intellect, legal acumen and warm personality were legendary.

    Here is what I had said during a prayer meeting in his memory. https://t.co/oTcSeyssRk

    — Narendra Modi (@narendramodi) August 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে প্ৰয়াত নেতা গৰাকীক এগৰাকী "অসাধাৰণ ৰাজনীতিবিদ" হিচাপে অভিহিত কৰিছিল ৷

"অৰুণ জেটলীদেৱক স্মৰণ কৰি, এগৰাকী অসাধাৰণ ৰাজনীতিবিদ, সু-বক্তাৰ লগতে এগৰাকী মহান ব্যক্তি ৷ তেওঁ বহুমুখী আৰু বন্ধুসকলৰ বন্ধু আছিল, যি সদায় নিজৰ উত্তৰাধিকাৰ, পৰিৱৰ্তনকামী দৃষ্টি ভংগী আৰু জাতিৰ প্ৰতি থকা তেওঁৰ নিষ্ঠাৰ বাবে স্মৰণীয় হৈ থাকিব" বুলি টুইটাৰযোগে উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

  • Remembering Arun Jaitley ji, an outstanding politician, prolific orator and a great human being who had no parallels in Indian polity. He was multifaceted and a friend of friends, who will always be remembered for his towering legacy, transformative vision and devotion to nation.

    — Amit Shah (@AmitShah) August 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সোমবাৰে এক টুইটযোগে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও উল্লেখ কৰে, "তেওঁ এক শূন্যতা দি থৈ গ'ল ৷ যিটো ভৰাবলৈ খুৱেই কঠিন ৷"

"মোৰ বাবে অৰুণ জেটলী মানে কি, সেইটো মোৰ বাবেও এক প্ৰহেলিকা ৷ বহু বছৰৰ পৰা তেওঁ বাস্তৱতঃ মোৰ দৈনন্দিন জীৱনৰ লগত জড়িত এক অংশ আছিল ৷ 2019 বৰ্ষৰ 24 আগষ্টৰ পাচত আৰু এনে নহ'ল ৷ বন্ধু, পথ প্ৰদৰ্শক, সংৰক্ষক বা সকলো ৷ তেওঁ এক শূন্যতা দি থৈ গ'ল ৷ যাক পূৰোৱাটো খুবেই কঠিন...অন্ততঃ আমাৰ জীৱন কালত ৷" এনেদৰে টুইট কৰে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: দিল্লীত মেট্ৰ' সেৱা পুনৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰক অনুৰোধ কেজৰিৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.