ETV Bharat / bharat

অনুচ্ছেদ 370ক লৈ কংগ্ৰেছৰ সংসদীয় বৈঠক

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্ত আৰু জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক, 2019ক লৈ ইউ পি এ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৰ সাংসদসকলৰ এক বৈঠক অনুষ্ঠিত হ'ব ৷

ইউ পি এ সভানেত্ৰী ছোনিয়া গান্ধী
author img

By

Published : Aug 6, 2019, 10:10 AM IST

নিউজ ডেস্ক, 6 আগষ্টঃ জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক 2019 আৰু অনুচ্ছেদ 370 প্ৰত্যাহাৰক লৈ বিৰোধী দল কংগ্ৰেছে মঙলবাৰে এক আলোচনাত মিলিত হ'ব ৷ ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৰ সকলো সাংসদৰ উপস্থিতিত দিনৰ 10:30 বজাৰ পৰা আৰম্ভ হ'ব এই বৈঠক ৷ কংগ্ৰেছ কৰ্মী কমিতিৰ আহ্বানত এই সভা আহ্বান কৰিছে দলটোৱে ৷

  • Delhi: A meeting of Lok Sabha MPs of Congress party, chaired by Sonia Gandhi, will be held at 10:30 am today in Parliament. pic.twitter.com/UYFtrisvZu

    — ANI (@ANI) August 6, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
  • Congress Working Committee (CWC) meeting, over J&K issue, to be held later today. Meeting can be postponed for tomorrow if the Parliament proceedings extends. pic.twitter.com/V4Dwrjxaoi

সভাত জম্মু-কাশ্মীৰক লৈ বিতং আলোচনাৰ লগতে দলটোৰ পৰৱৰ্তী ৰণনীতি কি হ'ব সেই সম্বন্ধে আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে যদিহে সংসদৰ কাৰ্যাৱলী বৃদ্ধি পায় তেতিয়াহ'লে সভাখন বুধবাৰলৈকে স্থগিত ৰাখিব পাৰে বুলি প্ৰকাশ কৰিছে দলটোৱে ৷

Intro:Body:

অনুচ্ছেদ 370ক লৈ কংগ্ৰেছৰ সংসদীয় বৈঠক 

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্ত আৰু জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক, 2019ক লৈ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৰ সাংসদসকলৰ এক বৈঠক অনুষ্ঠিত হ'ব ৷ 

নিউজ ডেস্ক, 6 আগষ্টঃ জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক 2019 আৰু অনুচ্ছেদ 370 প্ৰত্যাহাৰক লৈ বিৰোধী দল কংগ্ৰেছে মঙলবাৰে এক আলোচনাত মিলিত হ'ব ৷ ছোনিয়া গান্ধীৰ নেতৃত্বত দলটোৰ সকলো সাংসদৰ উপস্থিতিত দিনৰ 10:30 বজাৰ পৰা আৰম্ভ হ'ব এই বৈঠক ৷ কংগ্ৰেছ কৰ্মী কমিতিৰ আহ্বানত এই সভা আহ্বান কৰিছে দলটোৱে ৷ সভাত জম্মু-কাশ্মীৰক লৈ বিতং আলোচনাৰ লগতে দলটোৰ পৰৱৰ্তী ৰণনীতি কি হ'ব সেই সম্বন্ধে আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে যদিহে সংসদৰ কাৰ্যাৱলী বৃদ্ধি পায় তেতিয়াহ'লে সভাখন বুধবাৰলৈকে স্থগিত ৰাখিব পাৰে বুলি প্ৰকাশ কৰিছে দলটোৱে ৷  

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.