ETV Bharat / bharat

মেজৰ ৰাহুলক অন্তিম বিদায় সেনাৰ শীৰ্ষ বিষয়াৰ

author img

By

Published : May 29, 2019, 8:00 PM IST

মঙলবাৰে নিয়ন্ত্ৰণৰেখাৰ মাখিল ছেক্টৰত নিয়মীয়া তালাচী অভিযানৰ সময়তে হৃদযন্ত্ৰৰ অসুখত ভূগিছিল মেজৰ ৰাহুল শৰ্মাই ৷ সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছত কৰ্মৰত যুৱ সেনা বিষয়াগৰাকীয়ে শ্ৰীনগৰস্থিত সেনাৰ 92 বেচ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

লেফ. জেন. কেজেএছ ধিলন

নিউজ ডেস্ক, 29 মেঃ মাখিল ছেক্টৰত নিয়মীয়া তালাচী অভিযানৰ সময়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কৰুণ মৃত্যুক সাৱতি লোৱা সেনাৰ মেজৰ ৰাহুল শৰ্মাক আনুষ্ঠানিক বিদায় জনালে শীৰ্ষ বিষয়াই ৷ শ্ৰীনগৰস্থিত সেনাৰ চিনাৰ কৰ্পছৰ কামাণ্ডাৰ লেফ. জেন. কেজেএছ ধিলনৰ লগতে অন্যান্য বিষয়াসকলে বুধবাৰে আবেলি সম্পূৰ্ণ সামৰিক প্ৰক্ৰিয়াৰে মেজৰ ৰাহুলক অন্তিম বিদায় অৰ্পণ কৰে ৷

অধিক পঢ়কঃ বুকুত বিষ অনুভৱ কৰা সেনা বিষয়াৰ মৃত্যু

2013 চনত ভাৰতীয় সেনাত এগৰাকী বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল ৰাহুল শৰ্মাই ৷ ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ গুনছাৰা জিলাৰ বাসিন্দা আছিল 32 বছৰীয়া মেজৰ ৰাহুল শৰ্মা ৷ ইতিমধ্যে সেনা বিষয়াগৰাকীৰ নশ্বৰ দেহ বিশেষ বিমানেৰে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে ৷ বুধবাৰে নিশাৰ ভাগত নতুন দিল্লীৰ পৰা বিশেষ বিমানেৰে নিজ বাসগৃহলৈ লৈ যোৱা হ'ব মেজৰ ৰাহুল শৰ্মাৰ নশ্বৰ শৰীৰ ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.