নেশ্যনেল ডেস্ক, ৮ জুন: তামিল নাডুৰ মদুৰাইৰ ৰাজাজী চৰকাৰী হাস্পতালত সোমবাৰে ৪ জন অচিনাকি ব্যক্তিয়ে অস্ত্ৰসহ প্ৰৱেশ কৰি চিকিৎসাধীন হৈ থকা এজন ৰোগীক হত্যা কৰে ।
ঘটনা সন্দৰ্ভত আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক: দেশত বৃদ্ধি হৈছে ইন্ধনৰ মূল্য