ETV Bharat / bharat

কʼভিড-১৯ত আক্ৰান্ত সহ-অভিনেতা: কোৱাৰেন্টাইনত অৰ্জুন ৰামপাল

author img

By

Published : Sep 24, 2020, 5:30 PM IST

জনপ্ৰিয় বলিউড অভিনেতা অৰ্জুন ৰামপাল সম্প্ৰতি থাকিব লগা গৈছে হোম কোৱাৰেন্টাইনত ৷ তথাপি অভিনেতা গৰাকীয়ে অপেক্ষা কৰিছে নিজৰ কৰʼণাৰ ফলাফল অহালৈ ।

Arjun Rampal quarantined himself
কʼভিড-১৯ত আক্ৰান্ত সহ-অভিনেতা, কোৱাৰেন্টাইনত অৰ্জুন ৰামপাল

চিতাৰা ডেস্ক, ২৪ চেপ্টেম্বৰ: বলিউড অভিনেতা অৰ্জুন ৰামপালে অলপতে পুনৰ কামলৈ উভতাক লৈ নিজৰ আনন্দ প্ৰকাশ কৰিছিল। কিন্তু পুনৰ এবাৰ তেখেতে দৃশ্যগ্ৰহনৰ কাম স্থগিত ৰাখিবলগীয়া হৈছে। কাৰণ দৃশ্যগ্ৰহনৰ কাম চলি থকা তেখেতৰ নতুন ছবি নেল পলিচত তেখেতৰ সহ-অভিনেতা হিচাপে কাম কৰি থকা মানৱ কৌল আৰু আনন্দ তিৱাৰীৰ শৰীৰত ধৰা পৰে কৰʼণা ভাইৰাছৰ অৱস্থিতি। নতুন ছবি নেল পলিচৰ দৃশ্যগ্ৰহন কৰি থকা মিনৱ কৌল আৰু আনন্দ তিৱাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত ছবিখনৰ দৃশ্যগ্ৰহনৰ কাম আধাতে স্থগিত ৰখা হয় আৰু ইউনিটত থকা সকলোৰে দ্বিতীয়বাৰৰ বাবে ক'ভিড-১৯ টেষ্ট কৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

বৰ্তমান অভিনেতা অৰ্জুন ৰামপালো সম্প্ৰতি হোম কোৱাৰেন্টাইনত আছে আৰু অপেক্ষা কৰিছে নিজৰ কৰʼণাৰ ফলাফল অহালৈ।

লগতে পঢ়ক: কেৰেলাৰ সোণ কেলেংকাৰীঃ এন‌আইএৰ কাৰ্যালয়ত উপস্থিত এম শিৱ শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.