ETV Bharat / bharat

কৰ্নাটকত পুনৰ এজনৰ মৃত্যু, মৃতকৰ সংখ্যা 6গৰাকীলৈ বৃদ্ধি

কৰ্নাটক পুনৰ এগৰাকী লোকৰ মৃত্যু হয় ৷ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈকে 6 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷ ইতিমধ্যে ৰাজ্যখনত 181 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

কৰ্নাটকত পুনৰ এজনৰ মৃত্যু, মৃতকৰ সংখ্যা 6গৰাকীলৈ বৃদ্ধি
কৰ্নাটকত পুনৰ এজনৰ মৃত্যু, মৃতকৰ সংখ্যা 6গৰাকীলৈ বৃদ্ধি
author img

By

Published : Apr 9, 2020, 2:34 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ বৃহস্পতিবাৰে কৰ্নাটকৰ গাডাগ জিলাত এগৰাকী 80 বছৰীয়া বৃদ্ধ মৃত্যুমুখত পৰে ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ এইদৰে মৃত্যুক সাৱতি লয় লোকজনে ৷ ইতিমধ্যে ৰাজ্যখনত কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি পাইছে ৷

জিলাখনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ৷ প্ৰথম অৱস্থাত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ এপ্ৰিলৰ 6 তাৰিখে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু বৃহস্পতিবাৰে দিনৰ প্ৰায় 1 বজাত ব্যক্তিগৰাকী মৃত্যুমুখত পৰে ৷

উল্লেখ্য যে, কৰ্নাটকত এতিয়ালৈকে 181 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.