নিউজ ডেস্ক, 10 আগষ্টঃ শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত থকা শ্ৰীচাইলাম জলাশয়ৰ 10 খন চ্লুইচ গেট মুকলি কৰি দিয়া হৈছে ৷ 4 লাখ কিউবিক ফুট পানী এৰি দিয়া হৈছে জলাশয়টোৰ পৰা ৷ 885 ফুট ক্ষমতাৰ জলাশয়টোৰ পানী তিব্ৰ বৰষুণৰ বাবে 885.20 ফুটলৈ বৃদ্ধি পাই ৷ জলসিঞ্চন বিভআগৰ মন্ত্ৰী অনিল কুমাৰে জলাশয়টোৰ 4খন চ্লুইচ গেট খুলি দিয়া হৈছে বুলি জনাবলৈ দি কয় যে টেলাংগানাৰ নাগাৰজুনা সাগৰম বান্ধত এৰি দিয়া হব বুলি জনাই ৷
খুলি দিয়া হল শ্ৰীচাইলাম জলাশয়ৰ 10 খন চ্লুইচ গেট
অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত থকা শ্ৰীচাইলাম জলাশয়ৰ 10 খন চ্লুইচ গেট মুকলি কৰি দিয়া হৈছে ৷ 4 লাখ কিউবিক ফুট পানী এৰি দিয়া হৈছে জলাশয়টোৰ পৰা ৷
নিউজ ডেস্ক, 10 আগষ্টঃ শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত থকা শ্ৰীচাইলাম জলাশয়ৰ 10 খন চ্লুইচ গেট মুকলি কৰি দিয়া হৈছে ৷ 4 লাখ কিউবিক ফুট পানী এৰি দিয়া হৈছে জলাশয়টোৰ পৰা ৷ 885 ফুট ক্ষমতাৰ জলাশয়টোৰ পানী তিব্ৰ বৰষুণৰ বাবে 885.20 ফুটলৈ বৃদ্ধি পাই ৷ জলসিঞ্চন বিভআগৰ মন্ত্ৰী অনিল কুমাৰে জলাশয়টোৰ 4খন চ্লুইচ গেট খুলি দিয়া হৈছে বুলি জনাবলৈ দি কয় যে টেলাংগানাৰ নাগাৰজুনা সাগৰম বান্ধত এৰি দিয়া হব বুলি জনাই ৷
10 gates of srisailam reservoir are lifted up and water is released. 4 lakh cusecs of water got relaeased down. out flow is 2.93 lakh cusecs, The full water level is 885 feet and now the current water level is 882.60 feet.
Conclusion: