ETV Bharat / bharat

চন্দ্ৰযান-2ত জড়িত অসমীয়া বোৱাৰীৰ কথাৰে... - চন্দ্ৰযান-2ত জড়িত অসমীয়া বোৱাৰী

ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাৰ চন্দ্ৰযান-2 ৰ অভিযানৰ অংশীদাৰ অসমৰ এগৰাকী বোৱাৰী ৷ দিল্লীৰ পৰা তিনিচুকীয়ালৈ বিয়া হৈ অহা নিধি শৰ্মা নামৰ মহিলাগৰাকীক লৈ গৰ্বিত অসমবাসী ৷

চন্দ্ৰযান-2ত জড়িত অসমীয়া বোৱাৰী
author img

By

Published : Sep 9, 2019, 5:41 PM IST

তিনিচুকীয়া, 9 চেপ্তেম্বৰ: ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাৰ চন্দযান-2 অভিযানক লৈ দেশবাসী গৌৰৱাম্বিত হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিশেষভাৱে চৰ্চিত হৈ পৰিছে এই অভিযান ৷ নাছা, আৰৱ স্পেছ এজেঞ্চি, আষ্ট্ৰেলিয়ান স্পেছ এজেঞ্চি সকলোৱেই এই অভিযানৰ বাবে ভাৰতক প্ৰশংসা জনাইছে ৷ এনে এক বৃহৎ অভিযানত জড়িত আছিল এগৰাকী অসমীয়া বোৱাৰী ৷

চন্দ্ৰযান-2ত জড়িত অসমীয়া বোৱাৰী
চন্দ্ৰযান-2ত জড়িত অসমীয়া বোৱাৰীৰ কথাৰে...

তিনিচুকীয়াৰ শ্যামাপল্লী দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী নিধি শৰ্মায়ো বিশেষভাৱে অৰিহনা আগবঢ়াইছিল চন্দ্ৰযান-2ৰ অভিযানত ৷ চলিত বৰ্ষতে দিল্লীৰ পৰা তিনিচুকীয়ালৈ বিয়া হৈ আহিছিল নিধি শৰ্মাই ৷ ন-বোৱাৰী নিধিয়ে নিজৰ কৰ্ম জীৱন আৰু ব্যক্তিগত জীৱনৰ দায়িত্ব দুয়োটাই খুব সুন্দৰকৈ পালন কৰিছিল ৷ এই বিষয়ে প্ৰকাশ কৰিছে স্বামীৰ পিতৃ দীপক দেৱে-

নিধি শৰ্মাৰ ব্যক্তিত্বৰ বিষয়েও প্ৰশংসা কৰে দীপক দেৱে ৷ ভাৰতবৰ্ষৰ ইমান এটা বৃহৎঅভিযানত অংশগ্ৰহণ কৰিও নিধি শৰ্মাই কেতিয়াও অহংকাৰ কৰা নাছিল ৷ আনকি অভিযানৰ পাচতহে সকলোৱে গম পাইছিল যে, নিধিও এই অভিযানৰে এটা অংশ ৷

এনে এটা বৃহৎ অভিযানত অসমীয়া বোৱাৰীৰ অৱদান তথা যোগদানক লৈ পৰিয়ালৰ লোক, তিনিচুকীয়াবাসীৰ লগতে সমগ্ৰ অসমবাসীয়েই গৌৰৱাম্বিত ৷

Intro:STORY: চন্দ্ৰযান২ত জড়িত এগৰাকী অসম বোৱাৰী

OC/VO:- চন্দ্ৰযান 2 ইছৰ' ১০০ শতাংশ সফল অভিযান নহলেও বিফল নহয় এই অভিযান৷ চন্দ্ৰপৃষ্ঠত ভৰি দিয়াৰ বাবে ভাৰতৰ বিজ্ঞানীয়ে বহু পৰিকল্পনাৰে প্ৰচেষ্টা চলাইছে ৷চন্দ্ৰযান 2 তাৰেই এক সফল অভিযানৰ অংশ৷এই মহাকাশ গৱেষণাৰ চন্দ্ৰযান2ৰ বিজ্ঞানী দলৰ অংশীদাৰ ইছৰ' সক্ৰিয় কৰ্মী নিধি শৰ্মা৷ বিজ্ঞানী নিধি শৰ্মা তিনিচুকীয়াৰ বোৱাৰী৷ তিনিচুকীয়াৰ শ্যামাপল্লী দিপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী হিছাপে নিধি শৰ্মাই চন্দ্ৰযান2ত জড়িত হৈ পৰিয়ালটোৰ লগতে লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷বিজ্ঞানী নিধি শৰ্মাৰ কৰ্মকলৈ তিনিচুকীয়াবাসী উৎফুল্লিত হৈ পৰিছে৷ নিধি শৰ্মাই চলিত বৰ্ষতেই নতুন দিল্লীৰ পৰা তিনিচুকীয়ালৈ বিবাহ হয়৷ বিপাহ হৈ অহাৰ পাছতেই তিনিচুকীয়াৰ এগৰাকী বোৱাৰী বিজ্ঞানীহৈ চন্দ্ৰযান২ত অংশ লবলৈ পোৱাত এতিয়া তিনিচুকীয়াত নিধি শৰ্মাকলৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷Body:BYET:-নিধি শৰ্মাৰ শহুৰ-শাহুConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.