ETV Bharat / bharat

আজি ভয়াবহ ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হ'ব 'আমফান' !

ভয়াবহ ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হ'ব 'আমফান' ৷ এই ঘূৰ্ণীবতাহ সৰ্বাধিক 185 কিল'মিটাৰ প্ৰতি ঘন্টাত বলিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

author img

By

Published : May 19, 2020, 1:30 PM IST

সৰ্বাধিক 185 কিল'মিটাৰ প্ৰতি ঘন্টা
আজি ভয়াবহ ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হ'ব 'আমফান' !

নেশ্যনেল ডেস্ক, 19 মে': সোমবাৰে নিশা 11:30 বজাত উড়িশাৰ পাৰাদ্বীপৰ উপকূলৰ দক্ষিণত 600 কিল'মিটাৰ আৰু পশ্চিম বংগৰ দীঘাৰ দক্ষিণ-দক্ষিণ পশ্চিমত 750 কিল'মিটাৰ দূৰত্বত অৱস্থান কৰিছে ঘূৰ্ণীবতাহ আমফানে ৷

IMD য়ে টুইটাৰৰ জৰিয়তে জনাই যে, 18 মে'ৰ নিশা পৰ্যন্ত অক্ষাংশৰ 14.9 ডিগ্ৰী আৰু দ্ৰাঘিমাংশত 86.4 ডিগ্ৰীত আফগানে অৱস্থান কৰাৰ লগতে আৰু পাৰাদ্বীপ উপকূলৰ 600 কিল'মিটাৰ নিলগত আৰু দীঘাৰ 750 কিল'মিটাৰ দক্ষিণ-দক্ষিণ পশ্চিমত অৱস্থান কৰিছে ৷

গৃহ সচিব অজয় ভল্লাই পশ্চিম বংগ আৰু উড়িশাৰ মুখ্য সচিবসকলক ঘূৰ্ণীবতাহৰ বিৰুদ্ধে সাজু হ'বলৈ নিৰ্দেশ প্ৰদান কৰে ৷

এই ঘূৰ্ণীবতাহে লাহেকৈ উত্তৰ দিশলৈ কিছুসময়ৰ বাবে বলাৰ পাচতে বে' অৱ বেংগল আৰু পশ্চিম বংগ-বাংলাদেশ উপকূলৰ দীঘা আৰু হাতিয়া দ্বীপৰ ফালে গতি কৰিব ৷ এই ঘূৰ্ণীবতাহ সৰ্বাধিক 185 কিল'মিটাৰ প্ৰতি ঘন্টাত বলিব পাৰে বুলি জানিবলৈ দিয়া হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.