ETV Bharat / bharat

ভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহ, ৰাহুল গান্ধীৰ

author img

By

Published : Mar 23, 2020, 5:41 PM IST

শ্বহীদ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শ্বহীদ সুখদেৱ, ভগত সিং আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জনায় ৷ 1928 চনত তিনিওকে উপ আৰক্ষী অধীক্ষক জে পি চাউণ্ডাৰ্চৰ হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল, যাক এওঁলোকে লালা লাজপথ ৰায়ৰ হত্যাৰ অভিযুক্ত বুলি অভিহিত কৰিছিল ৷

Amit Shah, Rahul Gandhi pays tribute to Bhagat Singh, Sukhdev, and Rajguru on Shaheed Diwas
শ্বহীদ দিৱসৰ দিনটোত ভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জনায় অমিত শ্বাহ, ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক, 23 মাৰ্চঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে শ্বহীদ দিৱসৰ উপলক্ষে ভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জনায় ৷ লগতে তেখেতে কয় যে, " এওঁলোকৰ বলিদানৰ পৰা সমগ্ৰ দেশবাসীয়ে সদায় প্ৰেৰণা লাভ কৰিব ৷ শ্বহীদ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৱে জীৱিত অৱস্থাত দেশৰ কেৱল স্বাধীনতা সংগ্ৰামৰ বাবে যুদ্ধ কৰাই নহয়; নিজৰ বলিদানৰ জৰিয়তে দেশবাসীৰ অন্তৰত স্ব-শাসনৰ বীজ সিঁচি দিবলৈ সক্ষম হয় ৷ "

কংগ্ৰেছ নেতা তথা ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়েও তিনিওগৰাকী স্বাধীনতা সেনানীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইটাৰযোগে তিনিওগৰাকী স্বাধীনতা সেনানীক শ্ৰদ্ধাঞ্জলি জনায় ৷ উল্লেখযোগ্য যে, প্ৰত্যেক বছৰেই 23 মাৰ্চৰ দিনটোক ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধা়ঞ্জলি দিয়াৰ উদ্দেশ্যে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ৷

  • भारत के वीर सपूत भगत सिंह, राजगुरु, सुखदेव को उनके शहीदी दिवस पर कोटि-कोटि नमन।

    — Arvind Kejriwal (@ArvindKejriwal) March 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • देश की आजादी के लिए अपनी जान कुर्बान करने वाले अमर शहीद भगत सिंह जी, राजगुरू जी और सुखदेव जी के शहादत दिवस पर शत् शत् नमन।

    #ShaheedDiwas pic.twitter.com/WCwIydijvv

    — Rahul Gandhi (@RahulGandhi) March 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • शहीद सुखदेव, भगत सिंह और राजगुरु ने न सिर्फ जीते जी देश की स्वतंत्रता के लिए संघर्ष किया बल्कि अपने बलिदान से हर भारतवासी के हृदय में स्वाधीनता की अलख जगायी।
    यह तीनों राष्ट्रभक्त स्वतंत्रता आंदोलन के अमर प्रतीक हैं जो हमें सदैव राष्ट्र की सेवा और एकता के लिए प्रेरित करते रहेंगे। pic.twitter.com/Qy080idula

    — Amit Shah (@AmitShah) March 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃলক্ ডাউনৰ নিয়মাৱলীক গুৰুত্ব সহকাৰে ল‘বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.